Chapter 5
তাপ আৰু উষ্ণতা
◻️ প্ৰশ্নাৱলী
(১) শক্তি কি ? এটা উদাহৰণ দিয়া ।
উত্তৰঃ
(২) সূৰ্য্যত জ্বলা গেছবিধৰ নাম লিখা ।
উত্তৰঃ
(৩) পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস কি ?
উত্তৰঃ
(৪) তাপ কি লিখা ।
উত্তৰঃ
(৫) তাপে বস্তুৰ পৰিৰ্তন ঘটায় । দুটা উদাহৰণ দিয়া ।
উত্তৰঃ
(৬) তাপ শক্তিৰ উৎস কাক বোলে ? তাপ শক্তিৰ কেইবিধমান উৎসৰ নাম লিখা ।
উত্তৰঃ
(৭) উষ্ণতা কিহৰ জোখ ?
উত্তৰঃ
(৮) শুদ্ধটোৰ ওপৰত ✓ চিন দিবা :
(ক) পোহৰ তাপ শক্তিৰ এটা ভাগ হয়/নহয় ।
উত্তৰঃ
(খ) সূৰ্যৰ তাপ নাপালে জীৱ জীয়াই থাকিব/নাথাকিব ।
উত্তৰঃ
(গ) তাপ কম উষ্ণাতাৰপৰা বেছি উষ্ণতালৈ নাযায়/যায় ।
উত্তৰঃ
(ঘ) ৰ’দ ওলালে দহ বজাত সূৰ্যৰ তাপ বাৰ বজাতকৈ কম/বেছি ।
উত্তৰঃ
Type by : Pompi Hazarika