AJB Class 4 Science Chapter 2 Answer শিল, মাটি আৰু খনিজ পদাৰ্থ

Chapter 2

শিল, মাটি আৰু খনিজ পদাৰ্থ

□ প্ৰশ্নাৱলী

(১) গেদীয় শিল কাক বোলে ?

উত্তৰঃ

(২) ৰূপান্তৰিত শিলৰ বিষয়ে লিখা ?

উত্তৰঃ

(৩) মণিক কি ?

উত্তৰঃ

(৪) শিল কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ

(৫) আগ্নেয় শিলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

(৬) মাটি কেনেকৈ সৃষ্টি হয় লিখা ।

উত্তৰঃ

(৭) মাটি স্থানান্তৰিত হোৱাৰ তিনিটা কাৰণ লিখা ।

উত্তৰঃ

(৮) শিলৰ মাজে মাজে পানী জমা হ’লে তেনে শিল ফাটিব পৰে । কিয় ?

উত্তৰঃ

(৯) শিল গৰম-চেঁচা হৈ থাকিলে ভাঙে । তাকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ

(১০) মাটিৰ প্ৰধান উপাদান দুটাৰ বিষয়ে লিখা ।

উত্তৰঃ

(১১) সাৰুৱা মাটি কাক বোলে ?

উত্তৰঃ

(১২) সাৰ কাক বোলে আৰু কেই প্ৰকাৰৰ ? প্ৰতিবিধৰ তিনিটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ

(১৩) পচন সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি ?

উত্তৰঃ

(১৪) মাটিৰ সংৰক্ষণ কাক বোলে ? মাটি সংৰক্ষণৰ দুটা উপায় বৰ্ণনা কৰা ।

উত্তৰঃ

(১৫) মেগ্মা কি ?

উত্তৰঃ

(১৬) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া ।

(ক) গ্ৰেনাইট এবিধ আগ্নেয় শিল হয়/ নহয় ।

উত্তৰঃ

(খ) মাৰ্বল এবিধ গেদীয় শিল হয়/ নহয় ।

উত্তৰঃ

(গ) ছিলিকাত মাথোঁ ছিলিকন থাকে/ নাথাকে ।

উত্তৰঃ

(ঘ) আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে/ নাৰাখে ।

উত্তৰঃ

(ঙ) সাৰে মাটি কোমল কৰে/ নকৰে ।

উত্তৰঃ

(চ) ইউৰিয়া এবিধ জৈৱিক সাৰ হয়/ নহয় ।

উত্তৰঃ

(১৭) খালী ঠাই পূৰণ কৰাঁ ।

(ক) লাভা গোট মাৰি জমা হৈ হৈ সৃষ্টি হোৱা পাহাৰকে বোলে ।

(খ) স্লেট এবিধ শিল ।

(গ) ছিলিকাৰ আন এটা নাম ।

(ঘ) মাৰ্বলত নামৰ পদাৰ্থবিধ পোৱা যায় ।

(ঙ) পানী বৰফ হ’লে আয়তন ।

(চ) বোকা-কণিকা হ’ল চকুৰে নেদেখা সৰু সৰু কণিকা ।

(ছ) এম’নিয়াম ছালফেট এবিধ সাৰ ।

(জ) ধান মাটিত হয় ।

(১৮) মাটিৰ স্থানান্তৰণৰ তিনিটা কাৰণ লিখা ।

(১৯) তলত বাক্যটো লিখি বাক্যটোত নাথাকিবগীয়া পাচলি কেইবিধৰ নাম X চিনেৰে কাটি দিয়া ।

     শীতকালত জিকা, আলু, কবি, ভেণ্ডি, পালেং, নিলাজী, আদি পাচলি হয় ।

উত্তৰঃ

(২০) দুটা আগ্নেয়গিৰিৰ নাম লিখা ।

উত্তৰঃ

(২১) পচন সাৰ কাক বোলে ?

উত্তৰঃ