Chapter 4
কাৰ্য্য, বল আৰু শক্তি
◻️ প্ৰশ্নাৱলী
(১) বল কাক বোলে ?
উত্তৰঃ
(২) শক্তি কাক বোলে ?
উত্তৰঃ
(৩) স্থিতি শক্তি কাক বোলে ?
উত্তৰঃ
(৪) শাৰীৰিক শক্তি কাক বোলে ?
উত্তৰঃ
(৫) মাধ্যাকৰ্ষণীয় শক্তি কি ?
উত্তৰঃ
(৬) বৈদ্যুতিক শক্তিৰ পৰা তাপ আৰু পোহৰ শক্তি পোৱাৰ এটা উদাহৰণ ।
উত্তৰঃ
(৭) শাৰিৰিক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ
(৮) বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা ।
উত্তৰঃ
(৯) কয়লা আৰু পেট্ৰ’লৰ পৰা কি কি শক্তি পাব পাৰি লিখা ।
উত্তৰঃ
(১০) বৰষুণৰ লগত সূৰ্য্যৰ তাপ আৰু পোহৰ শক্তিৰ সম্পৰ্ক কি ?
উত্তৰঃ
(১১) শুদ্ধ নে অশুদ্ধ : ✓ চিন দিয়া ।
এটা উদাহৰণ : ফুটবলটো গুৰিয়ালে কাম কৰা হয় । শুদ্ধ /অশুদ্ধ
উত্তৰঃ
(ক) চাৰাইটোক উৰিবলৈ শক্তি লাগে । শুদ্ধ /অশুদ্ধ
উত্তৰঃ
(খ) গৈ থকা গাড়ী এখনৰ স্থিতি শক্তি থাকে । শুদ্ধ /অশুদ্ধ
উত্তৰঃ
(গ) পানী ওপৰৰ পৰা পৰিলে স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয় । শুদ্ধ /অশুদ্ধ
উত্তৰঃ
(ঘ) ঘড়ীৰ স্প্ৰিঙত স্থিতি শক্তি থাকে । শুদ্ধ /অশুদ্ধ
উত্তৰঃ
(ঙ) যন্ত্ৰই ইন্ধনৰ সহায়ত কাম কৰে । শুদ্ধ /অশুদ্ধ
উত্তৰঃ
(১২) খালী ঠাই পূৰোৱা ।
(ক) _ শক্তিয়ে বাল্বটো জ্বলায় ।
উত্তৰঃ
(খ) গছত লাগি থকা আমটোৰ __ শক্তি থাকে ।
উত্তৰঃ
(গ) ভাপ ইঞ্জনত তাপ শক্তি __ শক্তিলৈ সলনি হয় ।
উত্তৰঃ
(ঘ) বাল্বত বৈদ্যুতিক শক্তি পৰা শক্তি আৰু _শক্তি পাব পাৰি ।
উত্তৰঃ
(ঙ) সকলো শক্তিৰ মূলতে হ’ল সূৰ্য্যৰ _ আৰু _ শক্তি ।
উত্তৰঃ
(চ) বিদ্যুৎচুম্বকত বৈদ্যুতিক শক্তি _শক্তিলৈ সলনি হয় হয় ।
উত্তৰঃ