Chapter 12
জোখ-মাখ-১
প্ৰশ্নাৱলী
( ১ ) জোখমাখত এককৰ প্রয়ােজন কি?
উত্তৰঃ
( ২ ) পুৰণি কালত মানুহে কিহৰ সহায়ত সময়ৰ অনুমান কৰিছিল?
উত্তৰঃ
( ৩ ) এম কে এছ আৰু ছি জি এছ পদ্ধতি কি?
উত্তৰঃ
( ৪ ) এক পি এছ পদ্ধতিত দৈর্ঘ্য, ভৰ আৰু সময়ৰ একক কি কি?
উত্তৰঃ
( ৫ ) দৈর্ঘ্যৰ জোখ লােৱাৰ সময়ত মন কৰিবলগীয়া দুটা কথা উল্লেখ কৰা।
উত্তৰঃ
( ৬ ) পৃথিৱীৰ আৱৰ্তন কালৰ লগত ছেকেণ্ডৰ সম্পর্ক কি ?
উত্তৰঃ
( ৭ ) পর্যাবৃত্ত ঘটনা কাক বােলে? দুটা উদাহৰণ দিয়া।
উত্তৰঃ
( ৮ ) গুণিতক আৰু উপ-গুণিতক একক কাক বােলে? প্রতিবিধৰ দুটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ
( ৯ ) .২ মি.ত কিমান মিমি.?
উত্তৰঃ
( ১০ ) এক কুইণ্টল ভৰ কিমান গ্রা.ৰ সমান?
উত্তৰঃ
( ১১ ) এক মাহত কিমান ছেকেণ্ড?
উত্তৰঃ
( ১২ ) আজিকালি বস্তুৰ দীঘ হাত বা বেগেতেৰে নােজোখে কিয়?
উত্তৰঃ
( ১৩ ) খালী ঠাই পূৰণ কৰা।
উত্তৰঃ
(ক) ১ কিগ্ৰা. = গ্ৰা. ।
(খ) ১ লি. = মিলি.।
(গ) ১ ঘণ্টা. = ছে.।
(ঘ) ১ কিমি. = ছেমি.।