Unit 14
পোহৰ
প্ৰশ্নাৱলী
( ১ ) দীপ্তিমান আৰু অদীপ্তিমান বস্তু কি উদাহৰণৰ সৈতে লিখা।
উত্তৰঃ
( ২ ) পােহৰ দেখা পােৱা যায়নে? পােহৰে অদীপ্তিমান বস্তু এটা দেখা পােৱাত কেনেকৈ সহায় কৰে?
উত্তৰঃ
( ৩ ) চাকি এটা আমি কেনেকৈ দেখোঁ লিখা।
উত্তৰঃ
( ৪ ) চন্দ্রই কেনেকৈ আমাক ৰাতি পােহৰ দিয়ে চিত্রসহ ব্যাখ্যা কৰা।
উত্তৰঃ
( ৫ ) পৃথিৱীয়ে পােহৰ ক’ৰ ক’ৰ পৰা পায়?
উত্তৰঃ
( ৬ ) স্বাভাৱিক আৰু কৃত্রিম পােহৰ কি? উদাহৰণ দিয়া।
উত্তৰঃ
( ৭ ) স্বচ্ছ, অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তু কি? উদাহৰণসহ লিখা।
উত্তৰঃ
( ৮ ) স্বচ্ছ বস্তুক কেনেকৈ অস্বচ্ছ কৰিব পাৰি পৰীক্ষা এটা বর্ণনা কৰা।
উত্তৰঃ
( ৯ ) পােহৰৰ সৰলৰৈখিক গতি এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা।
উত্তৰঃ
( ১০ ) বিন্দুসম আৰু বিস্তৃত উৎস কি? এটা বিন্দুসম উৎস কেনেকৈ পাব পাৰি ? বিস্তৃত উৎসৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ
( ১১ )
( ক ) বিন্দুসম উৎসই কেনেকৈ প্রচ্ছায়া গঠন কৰে চিত্রসহ বুজাই লিখা।
উত্তৰঃ
( খ ) প্রচ্ছায়া অঞ্চল কেনেকৈ বৃদ্ধি কৰিব পাৰি?
উত্তৰঃ
( ১২ )
( ক ) বিস্তৃত উৎসৰ পৰা কেনেকৈ প্রচ্ছায়া আৰু উপচ্ছায়াৰ সৃষ্টি হয় বর্ণনা কৰা।
উত্তৰঃ
( খ ) প্রচ্ছায়া আৰু উপচ্ছায়া অঞ্চল কেনেকৈ বঢ়াব-কমাব পাৰি ব্যাখ্যা কৰা।
উত্তৰঃ
( ১৩ ) বিস্তৃত আৰু বিন্দুসম ছাঁৰ পার্থক্য কি কি?
উত্তৰঃ
( ১৪ ) ওপৰেদি উৰি যােৱা চৰাইৰ ছাঁ পৃথিৱীত কিয় নপৰে চিত্ৰ আঁকি ব্যাখ্যা কৰা।
উত্তৰঃ
(১৫) শুদ্ধ উত্তৰটোৰ ওপৰত ✓ চিন দিয়া।
( ক ) বায়ু স্বচ্ছ/অস্বচ্ছ পদার্থ।
উত্তৰঃ
( খ ) বটলত পােৱা আঠা স্বচ্ছ/অস্বচ্ছ/ঈষৎ স্বচ্ছ পদার্থ।
উত্তৰঃ
( গ ) পানীৰ মাজেদি পােহৰৰ বেগ কম/বেছি।
উত্তৰঃ
( ঘ ) স্বচ্ছ পদার্থহে পােহৰৰ মাধ্যম হ’ব পাৰে/নােৱাৰে।
উত্তৰঃ
( ঙ ) সূর্য বিস্তৃত উৎস নহয়/হয়।
উত্তৰঃ
( চ ) পােহৰৰ বাটত বাধা পৰিলে ছাঁ গঠন হয় / নহয়।
উত্তৰঃ
( ছ ) সকলাে উৎসৰ বাবে উপচ্ছায়া অঞ্চল পােৱা যায়/নাযায়।
উত্তৰঃ
( জ ) সূৰ্যৰ পােহৰত সৃষ্টি হােৱা সকলাে বস্তুৰ ছাঁত প্রচ্ছায়া আৰু উপচ্ছায়া অঞ্চল থাকে/নাথাকে।
উত্তৰঃ
( ঝ ) ছাঁ গঠন হ’লে বস্তুটো উৎস আৰু ছাঁৰ মাজত থাকে/নাথাকে।
উত্তৰঃ
(ঞ ) স্বচ্ছ পদাৰ্থৰ ছাঁ গঠন হ’ব পাৰে/নােৱাৰে।
উত্তৰঃ
( ট ) ছাটো কিমান ডাঙৰ হ’ব সেয়া উৎসটোৰ ওপৰত নিৰ্ভৰ কৰে/নকৰে।
উত্তৰঃ
( ১৬ ) শুদ্ধ উত্তৰটোৰ ওপৰত ✓ চিন দিয়া ।
( ক ) যিবােৰ পদাৰ্থৰ মাজেদি কম পােহৰ পাৰ হৈ যায় , সেইবােৰ
স্বচ্ছ
অস্বচ্ছ
ঈষৎ স্বচ্ছ।
উত্তৰঃ
( খ ) পােহৰৰ পথটো হ’ল
বেঁকা
সৰলৰৈখিক
ঘূৰণীয়া।
উত্তৰঃ
( গ ) বাধাটো বিস্তৃত উৎসৰ ওচৰলৈ নিলে, ছাঁটো
ডাঙৰ হয়
নােহােৱা হয়।
সৰু হয়
উত্তৰঃ