Chapter 8
Little Silver Fishes
Comprehension
বোধগম্যতা
Answer the following questions in complete sentences.
(নিম্নলিখিত প্ৰশ্নবোৰৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া)
What are the little silver fishes doing?
(সৰু ৰূপালী মাছবোৰে কি কৰি আছে?)
Answer:-
Where do the fish play? (মাছবোৰে ক’ত খেলে?)
Answer:-
What does the poet ask the fish?
(কবিয়ে মাছটোক কি সুধিছে?)
Answer:-
Find out Four Pairs of rhyming words from the poem?
(কবিতাটোৰ পৰা চাৰিযোৰ শব্দ বিচাৰি উলিওয়া?)
Answer:-