পাঠ ২
খাদ্য় আৰু ইয়াৰ উৎস
- শুদ্ধ উত্তৰ বাছি লােৱা।
(i) গাজৰ হ’ল উদ্ভিদৰ
(a) শিপা
(b) কাণ্ড
(c) বীজ
(d) ফল
উত্তৰঃ
(ii) হৰিণা এবিধ
(a) সর্বভােজী
(b) মাংসভােজী
(c) তৃণভােজী প্রাণী
উত্তৰঃ
( iii ) মৌ হ’ল
(a) শৰ্কৰা
(b) প্র’টিন
(c) স্নেহপদার্থ
(d) খনিজ লৱণৰ উত্তম উৎস
উত্তৰঃ
- তলত দিয়া শব্দবােৰেৰে খালী ঠাই পূৰণ কৰা—
তৃণভােজী, উদ্ভিদজাত, গাখীৰ, কুঁহিয়াৰ, মাংসভােজী
(a) বাঘ এবিধ _ প্রাণী কাৰণ, ই কেৱল মাংস খায়।
(b) হৰিণে কেৱল উদ্ভিদজাত সামগ্রী খায় আৰু সেয়েহে ইয়াক _ বুলি কোৱা হয়।
(c) __এবিধ পানীয়, ই গৰু, ম’হ আৰু ছাগলীৰ পৰা পােৱা এবিধ প্রাণীজাত সামগ্রী।
(d) _ পৰা আমি চেনি পাওঁ।
- ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা
- খাদ্যাভ্যাস বেলেগ বেলেগ হােৱাৰ কাৰণ কি?
উত্তৰঃ
- উদ্ভিদৰ কি কি অংশক খাদ্য হিচাপে গ্রহণ কৰা হয়?
উত্তৰঃ উদ্ভিদৰ বীজ, ফল, ফুল, পাত, শিপা, কাণ্ড আদি খাদ্য হিচাপে গ্ৰহণ কৰে।
- প্রাণীৰ পৰা কি কি খাদ্য উৎপাদিত হয়?
উত্তৰঃ
- খাদ্য কাক বােলে? খাদ্যৰ প্ৰয়ােজনীয়তা কি?
উত্তৰঃ
৪. উদ্ভিদে কিদৰে খাদ্য সংগ্রহ কৰে?
উত্তৰঃ
- প্রাণীয়ে কিদৰে আহাৰ সংগ্ৰহ কৰে?
উত্তৰঃ
- আমি খােৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবােৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ
- এজোপা সম্পূর্ণ উদ্ভিদৰ ছবি আঁকা।
উত্তৰঃ