পাঠ ৬
আমাৰ কাপোৰ
- শুদ্ধ উত্তৰটো কি হ’ব লিখা— i) ফলৰ পৰা পােৱা আঁহবিধ হ’ল— a ) মৰাপাট
b ) লিনেন
c ) কপাহ
d ) মুগা
উত্তৰঃ
ii ) কোনটো থূপৰ আটাইকেইবিধ আঁহ উদ্ভিদৰ পৰা পােৱা-
a ) মৰাপাট, কপাহ, পাট
b ) মৰাপাট, কাপহ, মুগা
c ) কপাহ, নাইলন, এড়ি
d ) কপাহ, নাৰিকলৰ আঁহ, লিনেন
উত্তৰঃ
iii ) কপাহৰ পৰা গুটি গুচোৱা সঁজুলিবিধ হ’ল—
a ) নেওঠনী
b ) যঁতৰ
c ) টাকুৰি
d ) চেৰেকি
উত্তৰঃ
2 . আমাক কাপােৰ কিয় লাগে চমুকৈ লিখা।
উত্তৰঃ
- উদ্ভিদৰ পৰা পােৱা চাৰিবিধ আঁহৰ নাম লিখা। উত্তৰঃ
- কপাহৰ খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্রয়ােজন? কোন সময়ত ইয়াৰ গুটি সিঁচা হয়? উত্তৰঃ
- মৰাপাটৰ আঁহ কেনেকৈ প্ৰস্তুত কৰা হয় লিখা।
উত্তৰঃ
- নাৰিকলৰ কোন অংশৰ পৰা আঁহ উলিওৱা হয়? নাৰিকলৰ আঁহৰ ব্যৱহাৰ সম্বন্ধে চমুকৈ লিখা।
উত্তৰঃ
- প্রাণীৰ পৰা পােৱা, উদ্ভিদৰ পৰা পােৱা আৰু সাংশ্লেষিক আঁহ চিনাক্ত কৰা— কপাহ, এড়ি, লিনেন, নাইলন, মৰাপাটৰ আঁহ, পলিএষ্টাৰ, মুগা, উণ। উত্তৰঃ
- শুদ্ধ উক্তিটো চিনাক্ত কৰা— a ) গৰমত কপাহী কাপােৰ উপযােগী।
উত্তৰঃ
b ) যঁতৰেৰে কাপােৰ বােৱা হয়।
উত্তৰঃ
c ) মৰাপাটৰ ফলৰ পৰা আঁহ উলিওৱা হয়।
উত্তৰঃ
d ) নাৰিকলৰ গা-গছৰ পৰা আঁহ উলিওৱা হয়।
উত্তৰঃ
e ) ধুতী আৰু শাৰী হ’ল আচলতে কাপােৰৰ টুকুৰা।
উত্তৰঃ
f ) ‘পূজাৰী ৰজা’ৰ মূর্তি মহেঞ্জোদাৰােত পােৱা গৈছে ।
উত্তৰঃ
g) প্রাচীন চীন দেশত পলুৰ পৰা পাট সূতা আহৰণ কৰিছিল ।
উত্তৰঃ