পাঠ ১৬
প্ৰকৃতিক ভূগোলৰ এটি চমু আভাস
১। এটা বাক্যত উত্তৰ লিখা।
(ক) ভূগােল মানে কি বুজা?
উত্তৰঃ
(খ) ভূগােলৰ প্ৰধান ভাগ দুটা কি কি?
উত্তৰঃ
(গ) ভূ-প্রাকৃতিক ভূগােলে কি কি অধ্যয়ন কৰে?
উত্তৰঃ
(ঘ) পেঞ্জীয়া আৰু পেন্থালাছা কি?
উত্তৰঃ
(ঙ) জলবায়বীয় ভূগােল মানে কি?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা।
(ক) মেঘালয়ৰ _ ত পৃথিৱীৰ সর্বাধিক বৰষুণ হয়।
(খ) ভাৰতৰ পশ্চিমত থকা মৰুভূমিখনৰ নাম_।
(গ) টেথিছ সাগৰৰ উত্তৰত থকা স্থলভাগৰ নাম _।
(ঘ) পৃথিৱীয়ে _ কোণ কৰি হালি সূৰ্য্যৰ চাৰিওফালে ঘূৰে।
(ঙ) বিষুব অঞ্চলৰ গছ-গছনিবােৰ __।
৩। হিমালয় পর্বতৰ সৃষ্টি কেনেদৰে হৈছিল লিখা।
উত্তৰঃ
৪। বিষুব অঞ্চলৰ এটা বর্ণনা দিয়া।
উত্তৰঃ