পাঠ ৫
জীৱৰ আৱাসস্থলী
- শুদ্ধ উত্তৰ বাছি উলিওৱা-
i) ধাবনশীল প্ৰাণীৰ উদাহৰণ হ’ল-
a) কেঁচু
b) হৰিণা
c)কেৰ্কেটুৱা
d) বান্দৰ
উত্তৰঃ
ii) ফুলৰ সহায়ত উশাহ লোৱা প্ৰাণীবিধ হ’ল-
a) তিমিমাছ
b) ডলফিন
c) কাছ
d)ৰৌ মাছ
উত্তৰঃ
- খালী ঠাই পূৰ কৰা-
a) খাগৰি এবিধ _জাতীয় উদ্ভিদ।
b) জীৱ বুলিলে আমি আৰু দুয়োকে বুজোঁ।
c) _আৰু কি উই চৰায়ে উৰিব নোৱাৰে।
d) ,,_ তৃণভুমিত থাকে।
- আৱাসস্থলী কি?
উত্তৰঃ
- মেটেকা কেনেকৈ পানীত উপঙি থাকে?
উত্তৰঃ
- গঁড়ে গৰমত কিয় বোকাত লুটি-বাগৰ দি থাকে?
উত্তৰঃ
- অভিযোজন কাক বোলে? ইয়াৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ
- দুটা স্থলজ আৰু দুটা জলজ আৱাসস্থলীৰ নাম লিখা।
উত্তৰঃ দুটা স্থলজ আৰু দুটা জলত আৱাসস্থলীৰ নাম হ’ল-
স্থলজ –
জলজ –
- হৰিণাই আক্ৰমণকাৰীৰ পৰা হাত সাৰিবৰ বাবে কি কি অভিযোজনৰ সহায় লয়?
উত্তৰঃ
- চৰাইবোৰে উৰিবৰ বাবে কেনে ধৰণৰ অভিযোজনৰ আশ্ৰয় লয়?
উত্তৰঃ
- মৰুভূমিত প্ৰাণী আৰু উদ্ভিদৰ অভিযোজনৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ
- মাছৰ জলজ অভিযোজনৰ কিছুমান কৌশল বৰ্ণনা কৰা।
উত্তৰঃ
- চাৰিটা জলজ আৱাসস্থলীৰ বৰ্ণনা কৰা।
উত্তৰঃ
- উটে মৰুভূমিত থকাৰ উপযোগীকৈ কি কি অভিযোজনৰ সহায় লয়?
উত্তৰঃ