পাঠ- ১৩
তেজীমলা
১ | একোটিকৈ বাক্যত উত্তৰ লিখাঃ
ক) তেজীমলাক কোনে টোপনিৰ পৰা উঠা বুলি কৈছে?
উত্তৰঃ পুঁৱাৰ মলয়াই তেজীমলাক টোপনিৰ পৰা উঠা বুলি কৈছিল।
খ) তেজীমলাই মাতিলে কি আহি হাতত পৰিছিল?
উত্তৰঃ তেজীমলাই মাতিলে পাৰযুৰি আহি হাতত পৰিছিল।
গ) মানুহৰ চোতালত কি ফুটিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ তেজীমলাই পাৰিজাত হৈ মানুহৰ পৰা দূৰৈত শিপাই ৰৈছে।
ঘ) তেজীমলাই কি হৈ মানুহৰ পৰা দূৰৈত শিপাই ৰৈছে?
উত্তৰঃ তেজীমলা সাধুটোৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা।
ঙ ) ‘তেজীমলা’ সাধুটো কাৰ ৰচনা?
উত্তৰঃ তেজীমলা সাধুটোৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা।
২। কবিতাটোৰ মূলভাব লিখা।
উত্তৰঃ
৩।প্রসংগ – সংগতি দর্শাই ব্যাখ্যা কৰাঃ
কেনেকৈ বিশ্বাস থয়?
সেয়ে তেজীমলা দূৰতে শিপাই
ক) মৰমৰ পানী নােহােৱা ঠাইত
পাৰিজাত হই ৰয়।
উত্তৰঃ
খ ) হাতে নেমেলিবি ফুলাে নিছিঙিবি
কৰে নাৱৰীয়া তই;
মানুহে ফুলৰ কি জানে আদৰ?
তেজীমলাহে মই।
উত্তৰঃ
৪) “সাৰি তুলি ছিঙি মােহাৰি পেলালে
মানুহৰ মৰমাে নাই।”
—কোনে, কাক সাৰি তুলি ছিঙি পেলালে বুলি কবিয়ে কৈছে লিখা।
উত্তৰঃ
৫। তেজীমলাক কোনে কেনেদৰে ৰাখিছিল কবিতাটোৰ সহায়ত লিখা।
উত্তৰঃ
৬। সমার্থক শব্দ লিখা
বেথা – সমস্য়া।
বাতৰি – খবৰ।
চকুলাে – অশ্ৰু।
হাঁহি – হাসি
ফুল – পুষ্প।
ভাও – অভিনয় কৰা।
বায়ু – বতাহ।
সখী – বান্ধৱী।
৭। বিপৰীত শব্দ লিখা।
বিসর্জন – আৱাহন।
সন্ধিয়া – ৰাতিপুৱা।
আশা – নিৰাশা।
বিশ্বাস – অবিশ্বাস।
স্বপ্ন – দিথক।
৮। চন্দ্ৰকুমাৰ আগৰৱালাক ‘প্রতিমাৰ খনিকৰ’ বুলি কোৱা হয়। কিয় কোৱা হয় শিক্ষকক সুধি জানি লােৱা।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম আছিল প্ৰতিমা। সেইকাৰণে তেখেতক “প্ৰতিমা খনিকৰ” বোলা হৈছিল।
৯)বাক্য ৰচনা কৰাঃ
বুকুৰ কুটুমঃ মাকৰ বুকুৰ কুটুম ল’ৰাটোৰ মৃত্য়ুত মাক পাগলী হৈ গ’ল।
মাটিৰ মানুহঃ গজেন সচাকৈয়ে মাটিৰ মানুহ ।
বিধিৰ লিখনঃ বিধিৰ লিখন কোনেও খন্দাব নোৱাৰে।
বিনা মেঘে বজ্রপাতঃমানুহ জন বিনা মেঘে বজ্ৰপাত হৈ ঢুকাল।
১০। তুমি জনা কিংবদন্তিমূলক কাহিনীবা সাধু কবিতাৰ ৰূপ দিবলৈ যত্ন কৰা।
উত্তৰঃ
১১। এটা শব্দত প্ৰকাশ কৰা ঃ
ক) আকাশ চুব পৰা – আকাশচুম্বী।
খ)একে মাকৰ সন্তান – সহোদৰ।
গ) কাৰাে নাম নধৰাকৈ পৰা গালি – গোৱালগালি।
ঘ) নাৱেৰে বেপাৰ কৰা বেপাৰী – সদাগৰ।
ঙ) বেলি উঠাৰ আগৰ সময় – দোকমোকালি।