পাঠঃ- ৩ হৰণ অনুশীলনী ৩(খ) (১) ২৫ খন চকীৰ মুঠ দাম ৭১২৫ টকা। একোখন চকীৰ দাম কিমান? উত্তৰঃ- দিয়া আছে, (২) ৩ ডজন কলমৰ মুঠ দাম ৫০৪ টকা। একোটা কলমৰ দাম কিমান? (১ ডজন = ১২ টা) উত্তৰঃ- দিয়া আছে, (৩) এজন মানুহৰ ৩০ দিনৰ হাজিৰা ১১,২৫০ টকা। মানুহজনৰ দৈনিক হাজিৰা কিমান? উত্তৰঃ- দিয়া আছে,…