Chapter 11 যন্ত্ৰশিল্প বা উদ্যোগ প্ৰাশ্নাৱলীঃ১। উত্তৰ লিখা।(ক) যন্ত্ৰ শিল্প কাক বোলে?উত্তৰঃ(খ) তেল শোধনাগাৰৰ কেঁচামাল কি?উত্তৰঃ(গ) সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল কি?উত্তৰঃ(ঘ) মৰাপাট উদ্যোগত উৎপাদিত দুবিধ বস্তুৰ নাম লিখা।উত্তৰঃ(ঙ) অসমৰ প্রধান খনিজ সম্পদ কি?উত্তৰঃ(চ) অসমক কিয় পনীয়া সােণৰ দেশ বােলা হয়?উত্তৰঃ(ছ) ভাৰতৰ প্ৰথমটো তেল শােধনাগাৰ ক’ত স্থাপন কৰা হৈছিল?উত্তৰঃ(জ) কাগজ উদ্যোগৰ প্রধান কেঁচামাল কি?উত্তৰঃ(ঝ) অসমৰ ক’ত…