Category: AJB Class 5 History (AM)

AJB Class 5 History Chapter 13 Answer ৰুদ্ৰ সিংহ

Chapter 13 ৰুদ্ৰ সিংহ (১৬৯৫ খ্ৰিংৰপৰা ১৭১৮ খ্ৰি.লৈ)  1. একোটিকৈ বাক্যত উত্তৰ লিখা (a) ৰুদ্ৰ সিংহৰ সৰুকালৰ নাম কি আছিল?  উত্তৰঃ- ৰুদ্ৰ সিংহৰ সৰুকালৰ নাম আছিল লাই কোঁৱৰ। (b) ৰুদ্ৰ সিংহই বৈষ্ণৱ – মহন্তসকলক ক’ত স্থায়ী সংস্থাপন  কৰিছিল?  উত্তৰঃ- ৰুদ্ৰ সিংহই বৈষ্ণৱ-মহন্তসকলক মাজুলীত স্থায়ী সংস্থাপন কৰিছিল। (c) মাতৃৰ নামেৰে ৰুদ্ৰ সিংহই খন্দোৱা পুখুৰীটোৰ নাম কি?  উত্তৰঃ- মাতৃৰ নামেৰে ৰুদ্ৰ…

Read the full article

AJB Class 5 History Chapter 12 Answer  জয়মতী কুঁৱৰী

Chapter 12  জয়মতী কুঁৱৰী 1. একোটিকৈ বাক্যত উত্তৰ লিখা।  (a) জয়মতী কুঁৱৰীৰ দেউতাকৰ নাম কি আছিল? উত্তৰঃ- জয়মতী কুঁৱৰীৰ দেউতাকৰ নাম মাদুৰিয়াল গোহাঁই বা লাইথেপেনা বৰগোহাঁই।  (b) জয়মতীৰ স্বামীৰ নাম কি আছিল?  উত্তৰঃ- জয়মতীৰ স্বামীৰ নাম লাঙ্গি গদাপাণি। (c) কম বয়সত ৰজা হােৱা বাবে কাক ল’ৰাৰজা বুলি কৈছিল?  উত্তৰঃ- কম বয়সত ৰজা হোৱা বাবে চুলিক্ফাক ল’ৰাৰজা বুলি কৈছিল।…

Read the full article

AJB Class 5 History Chapter 11 Answer চক্ৰধ্বজ সিংহ

Chapter 11 চক্ৰধ্বজ সিংহ 1. উত্তৰ লিখাঁ। (a) আহােম ৰজা জয়ধ্বজ সিংহ আৰু মােগল সেনাপতি মিৰজুমলাৰ মাজত ১৬৬৩ খ্রি.ত কোন ঠাইত সন্ধি হৈছিল? উত্তৰঃ- আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মিৰজুমলাৰ মাজত ১৬৬৩ খ্ৰি.ত ঘিলাধাৰী নামৰ ঠাইত সন্ধি হৈছিল। (b) মােগল সম্রাটে চক্ৰধ্বজ সিংহলৈ উপহাৰ দি পঠোৱা কটকী দুজনৰ নাম কি কি আছিল?  উত্তৰঃ- মোগল সম্ৰাটে…

Read the full article

AJB Class 5 History Chapter 10 Answer  মোমাই তামুলী বৰবৰুৱা

Chapter 10  মোমাই তামুলী বৰবৰুৱা 1. চমু উত্তৰ লিখা। (a) আহােম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? উত্তৰঃ– আহোম ৰাজ্য়ৰ প্ৰথমজন বৰবৰুৱা আছিল মোমাই তামুলী। (b) কোনজন আহােম ৰজাই বৰবৰুৱা পদবীটো সৃষ্টি কৰিছিল?  উত্তৰঃ- স্বৰ্গদেউ প্ৰতাপসিংহই ‘বৰবৰুৱা’ পদবীটো সৃষ্টি কৰিছিল। (c) মােমাই তামুলীক  আহােমৰ কোনটো ফৈদৰ লােক আছিল?  উত্তৰঃ- মোমাই তামুলীক আহোমৰ লুখুৰীসনীয়া ফৈদৰ লোক আছিল। (d) ল’ৰালি কালত…

Read the full article

AJB Class 5 History Chapter 9 Answer চুচেংফা বা প্ৰতাপসিংহ

Chapter 9 চুচেংফা বা প্ৰতাপসিংহ 1. চমু উত্তৰ লিখা । (a) কিমান খ্রীষ্টাব্দত চুচেংফাই আহােম ৰাজপাটত উঠিছিল?  উত্তৰঃ- ১৬০ত খ্ৰিঃত চুচেংফাই আহোম ৰাজপাটত উঠিছিল।  (b) চুচেংফাক কিয় বুদ্ধিস্বৰ্গনাৰায়ণ নামেৰেও জনা গৈছিল?  উত্তৰঃ- চুচেংফাই যথেষ্ট ধৈৰ্য্য, সাহস আৰু বুদ্ধিৰে তেওঁৰ কাৰ্য্যকাল শেষ কৰিছিল বাবে তেওঁক বুদ্ধি স্ব্গনাৰায়ণ নামেৰেও জা গৈছিল। (c) চুচেংফা প্রতাপসিংহ নামেৰে বিখ্যাত হােৱাৰ কাৰণ কি…

Read the full article

AJB Class 5 History Chapter 8 Answer  স্বৰ্গদেউ চুহুংমুং

Chapter 8  স্বৰ্গদেউ চুহুংমুং 1. একোটিকৈ বাক্যত উত্তৰ লিখাঁ। (a) কোনগৰাকী আহােম ৰজাৰ দিনৰপৰা আহােম ৰজাসকলক স্বৰ্গদেউ ‘ বুলি কোৱা হৈছিল?  উত্তৰঃ- চুহুংমুঙৰ ৰাজত্বকালৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল। (b) স্বৰ্গদেউ ’শব্দৰ অর্থ কি?  উত্তৰঃ- স্বৰ্গদেউ শব্দৰ অৰ্থ হৈছে স্বৰ্গৰ দেৱতা। (c) আহােমসকলে নিজকে কাৰ বংশধৰ বুলি পৰিচয় দিছিল?  উত্তৰঃ- আহোমসকলে নিজকে লেংদন অৰ্থাৎস্বৰ্গৰ ৰজা ইন্দ্ৰৰ…

Read the full article

AJB Class 5 History Chapter 7 Answer  চুডাংফা

Chapter 7  চুডাংফা 1. একোটিকৈ বাক্যত উত্তৰ লিখাঁ। (a) শিৱসাগৰ জিলাৰ দিহিং নৈৰ পাৰত চৰগুৱাত ৰাজধানী স্থাপন কৰা আহােম ৰজাগৰাকীৰ নাম কি? উত্তৰঃ-  শিৱসাগৰ জিলাৰ দিহিং নৈৰ পাৰত চৰগুৱাত ৰাজধানী স্থাপন কৰা আহােম ৰজাগৰাকীৰ নাম চুডাংফা আছিল।  (b) শিঙৰি ঘৰত উঠা প্রথম আহােম ৰজাগৰাকীৰ নাম কি? উত্তৰঃ- শিঙৰি ঘৰত উঠা প্রথম আহােম ৰজাগৰাকীৰ নাম চুডাংফা আছিল।  (c) শিঙৰি শব্দটো…

Read the full article

AJB Class 5 History Chapter 6 Answer আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা

Chapter 6 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা 1. একোটিকৈ বাক্যত উত্তৰ লিখা।  (a) চুকাফাই জন্মগ্রহণ কৰা ৰাজ্যখনৰ নাম কি?  উত্তৰঃ- চীনৰ য়ুনান প্ৰদেশৰ ম্য়ুং মাও ৰাজ্য়ৰ ৰাজধানী কিং ছেনৰ (ছিয়েং চেন) মাও লুঙত চুকাফাৰ জন্ম হয়।  (b) এই ৰাজ্যখন কোনখন দেশৰ অন্তৰ্গত?  উত্তৰঃ- ম্য়ুং মাও ৰাজ্য়খন চীন দেশৰ অন্তৰ্গত। (c) চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম কি? উত্তৰঃ- চুকাফাৰ দেউতাকৰ ৰাজ্য়খনৰ…

Read the full article

AJB Class 5 History Chapter 5 Answer কমতা ৰাজ্য বা কামৰূপ-কমতাৰ দুজন বিখ্যাত ৰজা

Chapter 5 কমতা ৰাজ্য বা কামৰূপ-কমতাৰ দুজন বিখ্যাত ৰজা 1. একোটিকৈ বাক্যত উত্তৰ লিখাঁ।  a ) কোন শতিকাৰ সময়ছােৱাত ব্রহ্মপুত্র উপত্যকাৰ পশ্চিম অঞ্চলটো কমতা ৰাজ্য নামেৰে জনাজাত আছিল? উত্তৰঃ- তেৰ শতিকাৰ ।  b ) সন্ধ্যা ৰজাৰ ৰাজত্ব কালত কামৰূপ ৰাজ্য আক্রমণ কৰা বংগৰ শাসনকর্তাজনৰ নাম কি লিখা।  উত্তৰঃ- ইখতিয়াৰ উদ্দিন মালিক তুম্লি খাঁ।  c ) সন্ধ্যা ৰজাই…

Read the full article

AJB Class 5 History Chapter 4 Answer  বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মণ

Chapter 4  বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মণ 1. কোনজন ৰজাই বর্মন বংশৰ ৰাজত্ব প্রতিষ্ঠা কৰিছিল? উত্তৰঃ- খ্ৰিষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্য় বৰ্মন নামৰ ৰজাই বৰ্মন বংশৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল।  2. ভাস্কৰ বৰ্মনে হর্ষবর্ধনৰ ৰাজ্যলৈ পঠিওৱা কটকীজনৰ নাম কি আছিল?  উত্তৰঃ- ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজ্য়লৈ পঠিওৱা কটকীজনৰ নাম হৈছে- হংসবেগ। 3. শশাঙ্ক কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰঃ- শশাঙ্ক উত্তৰ ভাৰতৰ…

Read the full article