Chapter 9 জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা ১। একোটিকৈ বাক্যত উত্তৰ লিখা। ক) কৃষিজীৱী কাক বোলে? উত্তৰঃ খ) অসমৰ শুৱালকুছি কোনটো উদ্যোগৰ লগত জড়িত? উত্তৰঃ গ) অসমৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়়িত? উত্তৰঃ ঘ) পচন সাৰ কেনেকৈ প্ৰস্তুত কৰা হয়? উত্তৰঃ ঙ) তুন্দ্ৰা অঞ্চলত খেতি-বাতি কিয় কৰিব পৰা নাযায়? উত্তৰঃ চ) অসমৰ বেছিভাগ মানুহৰ…