বৰগীত পাঠঃ ঊনৈছ ক্ৰিয়া-কলাপঃ ◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ ছানি = আৱৰি সুৰভী = গৰুৰ পোৱালি তেজয় = ত্যাগ কৰে বিনোদ = আনন্দ ৰঙ্গে = আনন্দত চাৰে = চৰায় ধেনু = গাই গৰু ত্ৰিভুৱনে = তিনিখন ভুৱন—– স্বৰ্গ, মৰ্ত্য, পাতল নোহন্ত = নহয় আৰা = এওঁলোক [ ১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ ক)…