অসমৰ সত্ৰ অনুষ্ঠান পাঠ-৯ ক্ৰিয়া-কলাপ ⚪অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ সূত্ৰপাত = কোনো কাৰ্যৰ আৰম্ভণ বা আয়োজন জঞ্জাল = হুলস্থূল; বহুত মানুহ, কাম বা বস্তু গোট খাই বেৰি ধৰিলে হোৱা আহুকাল হাটী = সত্ৰৰ ভকত আদি থকা ঘৰৰ লানি প্ৰয়শ্চিত্ত = পৰাচিত অব্যাহত = বাধা নথকা; অবাধ [ ১] প্ৰথমে কোৱাঁ, তাৰ পিছত লিখাঁঃ ক)…