পানী পাঠঃওঠৰ ক্ৰিয়া-কলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ প্ৰাকৃতিক = প্ৰকৃতি সম্বন্ধীয় অপৰিহাৰ্য = যাক পৰিহাৰ কৰিব বা এৰিব নোৱাৰি ভূ-গৰ্ভ = মাটিৰ তল বিতৰণ = বিলাই দিয়া নাটনি = অভাৱ হোৱা সচৰাচৰ = সাধাৰণতে মাৰাত্মক = প্ৰাণ নাশ কৰা জাবৰণি = জাবৰ পেলোৱা ঠাই আৱৰ্জনা = জাবৰ-জোঁথৰ মিতব্যয়িতা = আয় বুজি খৰচ কৰিব পৰা…