Category: AJB Class 6 History (AM)

AJB Class 6 History Chapter 12 Answer বদনচন্দ্ৰ বৰফুকন

বদনচন্দ্ৰ বৰফুকন পাঠ- দ্বাদশ অধ্যায় ১) একোটিকৈ বাক্যত উত্তৰ লিখা্ঁ । ক) মান অনা বৰফুকন কোন আছিল ? উত্তৰঃ মান অনা বৰফুকন বদনচন্দ্ৰ বৰফুকন আছিল। খ) বদনচন্দ্ৰৰ প্ৰকৃত নাম কি আছিল ? উত্তৰঃ বদনচন্দ্ৰৰ প্ৰকৃত নাম ঘিণাই আছিল। গ) বদনচন্দ্ৰক মান দেশক কোনগৰাকী আহোম ৰমনীয়ে সহায় কৰিছিল? উত্তৰঃ বদনচন্দ্ৰক মান দেশত পিজৌ আহোম ৰমণীয়ে সহায়…

Read the full article

AJB Class 6 History Chapter 11 Answer পূৰ্ণানন্দ বুঢ়াগোহাঁই

পূৰ্ণানন্দ বুঢ়াগোহাঁই পাঠ- একাদশ অধ্যায় ১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ। ক) কোনজন বুঢ়াগোহা্ঁইৰ পিছত পূৰ্ণানন্দই বুঢ়াগোহা্ঁই পদবী লাভ কৰিছিল? উত্তৰঃ ঘনশ্যাম বুঢ়াগোহাঁইৰ পিছত পূৰ্ণানন্দই বুঢ়াগোহাঁইৰ পদবী লাভ কৰে। খ) পূণানন্দ বুঢ়াগোহা্ঁয়ে কোনটো মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল ? উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে তংগত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল। গ) পূৰ্ণানন্দ বুঢ়াগোহা্ঁই কিমান বছৰ ৰাজমন্ত্ৰী হৈ থাকিল ? উত্তৰঃ…

Read the full article

AJB Class 6 History Chapter 10 Answer বৰৰজা ফুলেশ্বৰী কু্ঁৱৰী

বৰৰজা ফুলেশ্বৰী কু্ঁৱৰী পাঠ- দশম ১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ। ক) কিমান খ্ৰিষ্ঠাব্দত শিৱ সিংহই আহোম ৰাজপাটত আৰোহন কৰিছিল ? উত্তৰঃ ১৭১৪ খ্ৰিষ্টাব্দত শিৱ সিংহই ৰাজ-পাটত উঠিছিল। খ) শিৱ সিংহ আৰু ফুলেশ্বৰী কু্ঁৱৰীয়ে শৰন লোৱা পণ্ডিত জনৰ নাম কি ? উত্তৰঃ শিৱ সিংহ আৰু ফুলেশ্বৰী কুঁৱৰীয়ে শৰণ লোৱা পণ্ডিত দনৰ নাম আছিল- কৃষ্ণৰাম ভট্টাচাৰ্য ন্যায়বা…

Read the full article

AJB Class 6 History Chapter 9 Answer কীৰ্তিচন্দ্ৰ বৰবৰুৱা

কীৰ্তিচন্দ্ৰ বৰবৰুৱা পাঠ- নৱম ১) একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পিতৃৰ নাম কি আছিল ? উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পিতৃৰ নাম হ’ল- ৰামচন্দ্ৰ বৰবৰুৱা। খ) জীৱনৰ প্ৰথম ভাগত কীতৰ্তিচন্দ্ৰক কি নামেৰে জনা গৈছিল ? উত্তৰঃ জীৱনৰ প্ৰথম ভাগত কীৰ্তিচন্দ্ৰক গেন্ধেলা নামেৰে জনা যায়। গ) কোনজন আহোম ৰজাৰ ৰাজত্বকালত কীৰ্তিচন্দ্ৰই বৰবৰুৱা পদৱী লাভ কৰিছিল? উত্তৰঃ…

Read the full article

AJB Class 6 History Chapter 8 Answer ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন

ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন পাঠ- আঠ ১) একোটিকৈ বাক্যত উত্তৰ লিখা্ঁ। ক) কোনজন ব্যক্তিৰ সহায়ত চুক্লানফাই আহোম উদয়াদিত্য সিংহক হত্যা কৰিছিল? উত্তৰঃ ডেবেৰা হাজৰীকা নামৰ ব্যক্তিৰ সহায়ত চপক্লানফাই আহোম ৰজা উদয়াদিত্য সিংহক হত্যা কৰিছিল। খ) আহোম ৰজা চুক্লানফাৰ আন এটা নাম কি ? উত্তৰঃ আহোম ৰজা চুক্লানফাৰ আন এটা নাম হ’ল- ৰামধ্বজ সিংহ। গ)…

Read the full article

AJB Class 6 History Chapter 7 Answer আতন বুঢ়াগোহা্ঁই

আতন বুঢ়াগোহা্ঁই পাঠ- সপ্তম ১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ। ক) আতন বূুঢ়াগোহা্ঁই কোনটো ফৈদৰ আছিল ? উত্তৰঃ আতন বুঢ়াগোঢ়াই বাঁহগড়ীয়া ফৈদৰ আছিল। খ) আতন বুঢ়াগোহা্ঁইৰ সমসাময়িক বৰবৰুৱা কোন আছিল ? উত্তৰ আতন বুঢ়াগোঢ়াই সমসাময়িক দেবেৰা বৰবৰুৱা আছিল। গ) শৰাইঘাটৰ যুদ্ধৰ পিছত সংকটকাল কোন চনৰ পৰা কোন চনলৈকে হৈছিল? উত্তৰঃ শৰাইঘাটৰ যুদ্ধৰ পিছত সংকটকান ১৬৭৩ চনৰ…

Read the full article

AJB Class 6 History Chapter 5 Answer চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ

চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ পাঠ- পঞ্চম ১) একোটিকৈ বাক্যত উত্তৰ লিখা্ঁ । ক) চিহাবুদ্দিন তালিছে ৰচনা কৰা গন্থখনৰ নাম কি লিখা্ঁ। উত্তৰঃ- চিহাবুদ্দিন তালিচে ৰচনা কৰা গন্থখনৰ নাম ফাথিয়া-ই-ইব্ৰিয়া আছিল । খ) চিহাবুদ্দিন তালিছৰ বিৱৰণ মতে ব্ৰক্ষপুএ নদীৰ উ্ত্তৰ আৰু দক্ষিণ পাৰক কি বুলি জনা গৈছিল ? উত্তৰঃ- চিহাবুদ্দিন তালিচৰ বৱৰনৰ মতে ব্ৰক্ষপুত্ৰৰ নদীৰ উত্তৰ…

Read the full article

AJB Class 6 History Chapter 4 Answer মিৰজুমলাৰ অসম আক্ৰমণ

মিৰজুমলাৰ অসম আক্ৰমণ পাঠ- চতুৰ্থ উত্তৰ লিখা ঃ- ১) মিৰজুমলা কোন ৰাজ্যৰ নবাব আছিল ? উত্তৰঃ- মিৰজুলা বংগৰ নবাব আছিল । ২) মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ? উত্তৰঃ- মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত অহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আছিল । ৩) মনথিৰ ভৰালী বৰুৱা কোন ? উত্তৰঃ- মনথিৰ ভৰালী বৰুৱা জয়ধ্বজ…

Read the full article

AJB Class 6 History Chapter 3 Answer স্ৱৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক

স্ৱৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক অধ্যয়- তৃতীয় ১) সএাজিৎ কোন আছিল ? উত্তৰঃ-সত্ৰাজিত ঢাকাৰ জামিদাৰৰ পুত্ৰ আছিল । ২) মুছলমানসকলৰ বিৰুদ্ধে প্ৰতাপসিংহক কোন কোন ৰাজ্যৰ ৰাজাই সৈন্য-সামন্ত দি সহায় কৰিছিল ? উত্তৰঃ- মুছলমানৰ বিৰুদ্ধে প্ৰতাপসিংহক ডিমৰুৱা ৰজা ,জয়ন্তীয়া ৰজা, কাছাৰী ৰজা আদিয়ে সৈন্য-সামন্ত দি সহায় কৰিছিল. ৩) সএাজিতে আহোম আৰু মুছলমানৰ যুদ্ধ…

Read the full article

AJB Class 6 History Chapter 2 Answer আহোম ৰাজত্ৱকালত মুছললমানৰ প্ৰথম আক্ৰমন

আহোম ৰাজত্ৱকালত মুছললমানৰ প্ৰথম আক্ৰমন দ্ৱিতীয় অধ্যায় ১) ক) কানাই বৰশী বোৱা শিলালিপিত কোনজন মুছলমান সেনাপতিৰ পৰাজয়ৰ কথা উল্লেখ আছে লিখা্ঁ ? উত্তৰ ঃ কানাই বৰশী বোৱা শিলালিপিত বখতিয়াৰ খিলিজি নামৰ মুচলমান সেনাপতি পৰাজয়ৰ কখা উল্লেখ আছে । খ) কোন চনত মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰিছিল ? উত্তৰঃ ১৫৩২ চনৰ এপ্ৰিল মাহত মুচলমান…

Read the full article