a) অনুজীৱই পচন ঘটাব নোৱাৰে আৱৰ্জনাবোৰ হ’ল- i) জীৱ-পচনক্ষম আৱৰ্জনা ii) জীৱ-পচনঅক্ষম আৱৰ্জনা iii) পুনৰাৱৰ্তিত আৱৰ্জনা iv) পচন সাৰ উত্তৰঃ b) জীৱ-পচনক্ষম আৱৰ্জনাৰ উদাহৰণ হ’ল- i) কলৰ বাকলি ii)পুৰণি বাতৰি কাগজ iii)কপাহী কাপোৰ iv) গোটেইবোৰ উত্তৰঃ c) পলিথিনৰ মোনা, এলুমিনিয়াম টুকুৰা আৰু ভঙা কাঁচৰ টুকুৰা হ’ল- i) জীৱ-পচনক্ষম আৱৰ্জনা ii) জীৱ-পচনঅক্ষম আৱৰ্জনা iii) গেছীয় আৱৰ্জনা…