পাঠ ৮ সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব ১। তলত দিয়া বাক্যকেইটি শুদ্ধ নে অশুদ্ধ লিখা। (ক) নিৰক্ষৰতা এখন সমাজৰ বাবে এক জটিল সামাজিক সমস্যা। উত্তৰঃ (খ) উন্নয়নশীল দেশত কর্মহীনতা এটা সমস্যা নহয়। উত্তৰঃ (গ) দৰিদ্ৰতা এটা অমানৱীয় অৱস্থা। উত্তৰঃ ২। খালী ঠাই পূৰ কৰা। (ক) সাধাৰণতে __ নজনা লােককে নিৰক্ষৰ বােলা হয়। (খ) ভাৰতবৰ্ষত নিৰক্ষৰতাৰ…