Category: AJB Class 7 Assamese (AM)

AJB Class 7 Assamese Chapter 9 Answer ওজাপালি

ওজাপালি পাঠ ৯ ১) একোটিকৈ বাক্যত উওৰ লিখা্ঁ ক)ওজা শব্দটো কি শব্দৰ পৰা ওলাইছে ? উত্তৰঃ ওজা শব্দটো সংস্কৃত ‘উপাধ্যায়’ শব্দৰ পৰা ওলাইছে। খ)ওজাপালি অনুষ্ঠানত কেইজন গায়ক থাকে? উত্তৰঃ ওজাপালি অনুষ্ঠানত সাধাৰণতে তিনিজনৰ পৰা সাতজনলৈ গায়ক থাকে। গ)অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি? উত্তৰঃ অসমৰ ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত- সুকনান্নী ওজাপালি আৰু বিয়াহৰ ওজাপালি।…

Read the full article

AJB Class 7 Assamese Chapter 8 Answer কুম্পুৰ সপোনঃভূত-পোৱালি

কুম্পুৰ সপোনঃভূত-পোৱালি পাঠ ৮ ১) উত্তৰ লিখাঃ ক) কুম্পুৱে সপোনত কি দেখিছিল? উত্তৰঃ কম্পুৱে সপোনত দুটা ভূতৰ পোৱালি আৰু দুজনী ভূত দেখিছিল। খ) ভূতৰ পোৱালিকেইটা দেখিবলৈ কেনেকুৱা? উত্তৰঃ ভূতৰ পোৱালিকেইটা দেখিবলৈ নাক জিলিকা চকু টেলেকা টিলিকা টিলিকি পিলিকা পিলিকা আছিল। গ) ভূতৰ পোৱালীকেইটাই কি কি কৰিছিল? উত্তৰঃ ভূতৰ পোৱালিকেইটাই কিবা কিবি গান গাইছিল ফুচ্ ফুচ্ ফাচ্ কৰি, মনে…

Read the full article

AJB Class 7 Assamese Chapter 7 Answer ভদৰী

ভদৰী পাঠ – ৭ ১) প্ৰথমে কোৱা্ঁ তাৰ পাছত লিখা : ক) ঐ অ! ভাত লৈ আহ!-শুনিছনে?” – কথাষাৰ কোনে কাক কৈছিল? উতৰঃ ঐ অ! ভাত লৈ আহ!-শুনিছনে?”- এই কথাষাৰ গিৰীয়েক শিশুৰামে ঘৈনীয়েক ভদৰীক কৈছিল। খ) বেথাই বহুৱাৰে সৈতে শিশুৰামৰ কিয় খকা –খুন্দা লাগিছিল? উত্তৰঃ মাটিৰ সীমা ঠেলা বাবে বেথাই বহুৱাৰে সৈতে সেই পুৱাই শিশুৰামে খকা-খুন্দা লাগিছিল।…

Read the full article

AJB Class 7 Assamese Chapter 6 Answer উইলিয়াম শ্যেইকছপীয়েৰ

উইলিয়াম শ্যেইকছপীয়েৰ পাঠ – ৬ ১)প্ৰথমে কোৱা তাৰ পাছত লিখা্ঁ : ক) ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবি জনৰ নাম কি? উত্তৰঃ ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবি জনৰ নাম হল শ্যেইক্ছপীয়েৰ। খ) তেওঁ “ছনেট” শ্ৰেনীৰ কিমানটা কবিতা ৰছনা কৰিছিল?’ছনেট’ৰ বিষয়ে এটি টোকা লিখা? উত্তৰঃ তেওঁ ‘ছনেট’ শ্ৰেণীৰ এশ চৈৱনটা কবিতা ৰচনা কৰিছিল। গ) নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰোঁতে…

Read the full article

AJB Class 7 Assamese Chapter 5 Answer অসমৰ বাৰেৰহনীয়া গীত-মাত

অসমৰ বাৰেৰহনীয়া গীত-মাত পাঠ – ৫ ১) একোটিকৈ বাক্যত উত্তৰ দিয়া ক) মনত ৰং বা আনন্দ লাগিলে মানুহ বা আন প্ৰানীয়ে কি কৰে? উত্তৰঃ মনত ৰং বা আনন্দ লাগিলে সেই আনন্দক নানা ধৰণৰ দৈহিক অংগ-ভংগী বা মুখৰ মাতেৰে প্ৰকাশ কৰাটো সকলো প্ৰাণীৰে স্বভাৱজাত। খ) নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম লিখা্ঁ? উত্তৰঃ নদীৰ পাৰত গঢ়ি…

Read the full article

AJB Class 7 Assamese Chapter 4 Answer মেধি তীৰ্থলৈ যায়

মেধি তীৰ্থলৈ যায় Chapter 4 ১) উওৰ লিখা ক) মেধি ঘৰ কত? উত্তৰঃ মেধিৰ ঘৰ কলিয়াবৰত। খ) মেধি সুখ্যাতি কিহত? উত্তৰঃমেধি নাম গোৱাত বৰ সুখ্যাতি। গ) তীৰ্থলৈ যাওতে মেধিয়ে লগত কি নিছিল? উত্তৰঃ তীৰ্থলৈ যাওতে মেধিয়ে টকা আঢ়ৈকুৰি আৰু কানিৰ টেমা লগত নিছিল। ঘ) জাহাজত উঠি মেধিয়ে কি অদ্ভুত দেখিছিল? উত্তৰঃ যেতিয়া মেধিয়ে জাহাজত উঠি তীৰ্থলৈ গৈছিল তেতিয়া…

Read the full article

AJB Class 7 Assamese Chapter 3 Answer আইদেউ সন্দিকৈ

আইদেউ সন্দিকৈ পাঠ – 3 ১) উওৰ লিখাঁ ক) জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী বোলছবি নিৰ্মান কৰিবলৈ ওলাই কোনটো ডাঙৰ অসুবিধাৰ সন্মূখীন হৈছিল বুজাই লিখা্ঁ ? উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ বোলছবি নিৰ্মান কৰিবলৈ ওলাই বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। আটাইতকৈ ডাঙৰ অসুবিধাটো আছিল মহিলা শিল্পীৰ ক্ষেত্ৰত।আহোম ৰমনী ‘জয়মতী কুঁৱৰী’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ উপযুুুুুক্ত মানুহ বিছাৰি নোপোৱাত তেওঁ বৰ চিন্তিত…

Read the full article

AJB Class 7 Assamese Chapter 2 Answer “জোনাকী’’ৰ জন্ম-কাহিনী

“জোনাকী’’ৰ জন্ম-কাহিনী পাঠ- ২ ১) এটাকৈ বাক্যত উত্তৰ লিখাঁ: ক) কটন কলেজ কোন চনত স্থাপন হৈছিল ? উত্তৰঃ ১৯০১ চনত কটন কলেজ স্থাপন কৰা কৰা হৈছিল। খ) কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা ক’ত ক’ত আছিল? উত্তৰঃ কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা আছিল তেতিয়াৰ কলকতা চহৰৰ ৩০ নং মুছলমান পাৰা লেনত, ৫০ আৰু ৬২…

Read the full article

AJB Class 7 Assamese Chapter 1 Answer স্বদেশ-প্ৰেম

স্বদেশ-প্ৰেম পাঠ – ১ অৰ্থৰ সৈতে চিনাকী হওঁ আহাঁশিলাময়=শিলৰ দৰে কঠোৰ,অনুভূতিহীন উথলি=ওফন্দি উঠি বিভূতি=ধন-সম্পত্তি,ঐশ্বৰ্য, বিভৱ কাঠ-চিত= কঠিন হৃদয় ১)কবিতাটোৰ সাৰাংশ লিখাঁ। উত্তৰঃ উক্ত কবিতাটোত পদ্মধৰ চলিহাদেৱে আমাৰ জন্মভূমিৰ কথা বৰ্ননা কৰিছে, যেতিয়া ইংৰাজ কবি চাৰ ৱাল্টাৰ স্কটে আমাৰ দেশ ভ্ৰমণ কৰি উলতি আহে তেতিয়া তেওঁ কৈছিল যে যিজন মানুহে নিজৰ জন্মভূমিক এবাৰো আপোন বুলি কোৱা…

Read the full article

AJB Class 7 Assamese Answer

১. স্বদেশ-প্ৰেম(পদ্য) ২. “জোনানী’ৰ জন্ম-কাহিনী ৩. আইদেউ সন্দিকৈ ৪. মেধি তীৰ্থলৈ যায় ৫. অসমৰ বাৰেৰহনীয়া গীত-মাত ৬. উইলিয়াম শ্যেইকছপীয়েৰ ৭. ভদৰী(গল্প) ৮. কুম্পুৰ সপোন : ভূত পোৱালী(পদ্য) ৯. ওজাপালী ১০. অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ ১১. সুখ (পদ্য) ১২. জোনবিল-মেলা ১৩. অৰ্জুন-ভঞ্জন ১৪. সীতানাথ ব্ৰক্ষচৌধাৰী ১৫. কাগজ-কলমৰ ৰণ(নাটিকা) ১৬. অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল ১৭.…

Read the full article