অধ্যায়ঃ ওঠৰ বৰ্জিত পানীৰ ব্যৱস্থাপনা শুদ্ধ উত্তৰটো বাছি উলিওৱাi ) বর্জিত পানী হল— a ) বিশুদ্ধ পানী b ) এবাৰ ব্যৱহৃত পানী c ) ফটফটীয়া পানী d ) পৃষ্ঠ জল উত্তৰঃ b ) এবাৰ ব্যৱহৃত পানী ii ) তলৰ কোনটো পানী শােধনৰ যান্ত্রিক পদ্ধতি ? a ) বর্জ্যদ্রব্য পৃথকীকৰণ b ) বর্জ্যদ্রব্যৰ পচন c )…