Category: AJB Class 7 Social Science (AM)

AJB Class 7 Social Science Chapter 4 Answer মােগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ

মােগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ অধ্যায় – ৪ ১। একোটিকৈ বাক্যত উত্তৰ লিখা : ( ক ) কোন খ্রি.ত আকবৰে দিল্লীৰ সিংহাসন আৰােহণ কৰে ? উত্তৰঃ ( খ ) আকবৰৰ অভিভাৱকগৰাকীৰ নাম কি ? উত্তৰঃ ( গ ) পানিপতৰ দ্বিতীয় যুদ্ধ কোন খ্রি.ত সংঘটিত হৈছিল ? উত্তৰঃ ( ঘ ) হিমু কোন ? উত্তৰঃ (…

Read the full article

AJB Class 7 Social Science Chapter 18 Answer উত্তৰ-পূব ভাৰতৰ ভূগোল

Lesson 18 উত্তৰ-পূব ভাৰতৰ ভূগোল ১ । উত্তৰ লিখাঃ ( ক ) উত্তৰ-পূব ভাৰতৰ অৱস্থিতি লিখা । উত্তৰঃ ( খ ) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা লিখা । উত্তৰঃ ( গ ) কি কি ৰাজ্যৰে উত্তৰ – পূব ভাৰত গঠিত ? উত্তৰঃ ( ঘ ) উত্তৰ – পূব ভাৰতক আগুৰি থকা বিদেশী ৰাষ্ট্র কেইখনৰ নাম লিখ ।…

Read the full article

AJB Class 7 Social Science Chapter 17 Answer বতৰ আৰু জলবায়ু

১ | উত্তৰ লিখা : ( ক ) বতৰ বুলিলে কি বুজা ? উত্তৰঃ ( খ ) জলবায়ু বুলিলে কি বুজা ? উত্তৰঃ ( গ )বতৰৰ উপাদানসমূহ কি কি ? উত্তৰঃ ( ঘ ) জলবায়ু নিয়ন্ত্রণ কৰা চাৰিটা কাৰকৰ নাম লিখা । উত্তৰঃ ২। কাৰণ দেখুওৱা : ( ক ) গুৱাহাটীৰপৰা মাত্র ১০০ কিমি .…

Read the full article

AJB Class 7 Social Science Chapter 16 Answer শিল আৰু মাটি

১। উত্তৰ লিখা : ( ক )শিল বুলিলে কি বুজা ? উত্তৰঃ ( খ )শিলৰ ভাগ কেইটা আৰু কি কি ? উত্তৰঃ ( গ )আগ্নেয় শিলক কিয় প্রাথমিক শিল বুলিও কোৱা হয় ? উত্তৰঃ ( ঘ )গেদীয় শিলত কিয় জীৱাশ্ম পােৱা যায় ? উত্তৰঃ ( ঙ ) ৰূপান্তৰিত শিল কাক বােলে ? উত্তৰঃ ( চ…

Read the full article

AJB Class 7 Social Science Chapter 15 Answer মানচিত্ৰ

১। উত্তৰ লিখা : ( ক ) পর্বত বুলিলে কি বুজা ? উত্তৰঃ ( খ ) পৃথিৱীৰ দুখন ভংগিল পৰ্বতৰ নাম লিখা । উত্তৰঃ ( গ ) ভাৰতৰ স্তুপ পর্বতটো আৰু গ্ৰস্ত উপত্যকাটোৰ নাম লিখা । উত্তৰঃ ( ঘ ) ভাৰতৰ দুখন পর্যটন কেন্দ্ৰৰ নাম লিখা । উত্তৰঃ ( ঙ ) পৃথিৱীৰ ভিতৰত উচ্চতম আৰু…

Read the full article

AJB Class 7 Social Science Chapter 14 Answer পৃথিৱীৰ বিভিন্নস্তৰ

১। উত্তৰ লিখা : ক ) ভূগৰ্ভত থকা গলিত পদার্থক কি বুলি কোৱা হয় ? উত্তৰঃ ( খ ) ছিয়াল স্তৰটো কি কি পদার্থৰে গঠিত ? উত্তৰঃ ( গ ) লাে আৰু নিকেলেৰে গঠিত স্তৰটোক কি নামেৰে জনা যায় ? উত্তৰঃ লো আৰু নিকেলেৰে গকিমান শতাংশ ঠাই আগুৰি আছে । উত্তৰঃ খালী ঠাই পূৰ কৰাঁ…

Read the full article

AJB Class 7 Social Science Chapter 13 Answer বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সংযোগিতা

বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সংযোগিতা উত্তৰ লিখা । ( ক ) কোন চনত প্রথম বিশ্বযুদ্ধ হৈছিল ? উত্তৰঃ ( খ ) জাতিসংঘ কেতিয়া স্থাপন কৰা হৈছিল ? উত্তৰঃ ( গ ) ৰাষ্ট্ৰসংঘ দিবস ’ কোন তাৰিখে পালন কৰা হয় ? উত্তৰঃ ( ঘ ) ৰাষ্ট্ৰসংঘৰ কোনটো অংগক সদস্য – ৰাষ্ট্ৰসমূহৰ সংসদ ’ বুলি কোৱা হয় ?…

Read the full article

AJB Class 7 Social Science Chapter 12 Answer মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন

১. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা : ( ক ) মানৱ সম্পদ মানে কি ? উত্তৰঃ ( খ ) দ্বিতীয় মহাযুদ্ধৰ সময়ত কোনখন দেশত দুটাকৈ এটম বােমা নিক্ষেপ কৰা হৈছিল ? উত্তৰঃ ( গ ) মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য কি ? উত্তৰঃ ( ঘ ) বৃত্তিমূলক শিক্ষা কাক বােলে ? উত্তৰঃ ( ঙ )…

Read the full article

AJB Class 7 Social Science Chapter 11 Answer উত্তৰ – পূৰ্বাঞ্চলৰ জনসংখ্যা

উত্তৰ – পূৰ্বাঞ্চলৰ জনসংখ্যা ১৷ তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা : ( ক ) কোন জনগােষ্ঠীৰ লােকসকল সর্বপ্রথমে উত্তৰ – পূর্বাঞ্চলত বসতি স্থাপন কৰিছিল ? উত্তৰঃ দক্ষিণ পুূব এছিয়াৰ পৰা অহা অষ্টএছিুয়াটিক ভাষআৰ জনগোষ্ঠী লোকসকলে। ( খ ) তেৰ শতিকাৰ আৰম্ভণিতে উত্তৰ – পূব দিশেদি প্রৱেশ কৰা লােকসকল অসমত কি নামেৰে খ্যাত হয়? উত্তৰঃ তেৰ…

Read the full article

AJB Class 7 Social Science Chapter 10 Answer আমাৰ দেশৰ শাসন ব্যৱস্থা

আমাৰ দেশৰ শাসন ব্যৱস্থা (১) একোটিকৈ বাক্যত উত্তৰ লিখা।(ক) আমাৰ দেশত কোনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মজত ক্ষমতা ভাগ কৰি দিছে?উত্তৰঃ (খ) ভাৰতবৰ্ষথ চৰকাৰৰ শাসন ব্যৱস্থাৰ ঘআই খুঁটা হিচাপে কাক অভিহিত কৰা হয়?উত্তৰঃ (গ) ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন?উত্তৰঃ (ঘ) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?উত্তৰঃ (ঙ) সংসদৰ উচ্চ সদন আৰু নিম্ন সদনৰ নাম কি?উত্তৰঃ…

Read the full article