পাঠ ১৬ ভূমিকম্পৰ বিষয়ে অধ্য়য়ন ১) একোটিকৈ উত্তৰ লিখা। ক) বৰ্তমান কালত ভূমিকম্পৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ পৰিমান বাঢ়ি যোৱাৰ কাৰণ কি? উত্তৰঃ বৰ্তমান সময়ত ডাঙৰ ডাঙৰ মহানগৰ বোৰত জনসংখ্য়া আৰু সুউচ্চ অট্ৰালিকাৰ সংখ্য়া ইমান বাঢ়ি গৈছে যে লাহেকৈ ভূমিকম্প আহিলে সেই সুউচ্চ অট্ৰলিকাবোৰ বাগৰি পৰে সেইকাৰণে ভূমিকম্পত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো বাঢ়িছে। খ) চীনৰ জনসাধাৰণে কিদৰে হোৱাংহো…