পাঠ ১২ তৰুণৰাম ফুকন ১। একোটাকৈ বাক্যত উত্তৰ লিখা। ক) তৰুণৰাম ফুকনে কাৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ কথা আয়ত্ত কৰিছিল? উত্তৰঃ তৰুণৰাম ফুকনে ককায়েকৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ কথা আয়ত্ত কৰিছিল। খ) তৰুণৰাম ফুকনৰ পিতৃ-মাতৃ কেনে আছিল? উত্তৰঃ তৰুণৰাম ফুকনৰ পিতৃ বলৰাম ফুকন এগৰাকী সুদক্ষ চিকাৰী আৰু হাতীৰ ব্য়ৱসায়ী আছিল আৰু তেওঁৰ মাতৃ ভাগীৰথী দেৱী এগৰাকী অতিকে…