Lesson – 7 নতুন বিকিৰণ আৰু তেজস্ত্ৰিয়তা ১। ইলেকট্ৰ’নৰ আৱিস্কাৰ কোনে কৰিছিল? উত্তৰঃ ২। পৰমাণুৰ দুই ধৰণৰ কণিকাৰ নাম লিখা। উত্তৰঃ ৩। টনৰ পিছত টন পিটছ ব্লেণ্ডৰ মাজৰপৰা মেডাম কুৰীয়ে কিমান গ্ৰাম অমূল্য পদাৰ্থ উলিয়ায়? উত্তৰঃ ৪। পিটছ ব্লেণ্ডৰ মাজৰপৰা উলিওৱা নতুন অমূল্য পদাৰ্থটেপৰ নাম কি? উত্তৰঃ ৫। হেনৰি বেকুইৰেল, মেডাম কুৰী আৰু তেওঁৰ গিৰিয়েক…