বায়ু আৰু পানী প্ৰদূষণ Chapter 21 প্ৰশ্নাৱলী : 1. চমু উত্তৰ লিখা : i) বায়ু প্ৰদূষণ বুলিলে কি বুজা? কেইটামান বায়ু প্ৰদূষণৰ উদাহৰণ দিয়া। উত্তৰঃ যান-বাহনৰ পৰা ওলোৱা ধোৱা, উদ্যোগৰ পৰা ওলোৱা ধোৱা, এইবোৰত কিছুমান অলাগতিয়াল পদাৰ্থ থাকে। এই অলাগতিয়াল পদাৰ্থবোৰৰ বাবে মানুহৰ অনিষ্ট হয়, ইয়াকে বায়ু প্ৰদূষণ বোলে। ii) LPG আৰু CNG ৰ সম্পূৰ্ণ প্ৰকাশ…