পাঠ ৭ ৰাষ্ট্ৰ 1. সম্পূৰ্ণ বাক্য়ত উত্তৰ দিয়াঁ। a) কোন দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বোলা হয়? উত্তৰঃ b) ৰাষ্ট্ৰ শব্দটো বুজাবলৈ গ্ৰিকসকলে কোনটো শব্দ ব্যৱহাৰ কৰিছিল? উত্তৰঃ c) কোনটো মূল শব্দৰপৰা ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল বুলি কোৱা হয়? উত্তৰঃ d) এৰিষ্ট’টল আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো লিখা। উত্তৰঃ e) উড্ৰ’ উইলছনৰ মতে ৰাষ্ট্ৰ কাক বোলে লিখা। উত্তৰঃ 2.…