ভাৱবাদ অনুশীলনী উত্তৰঃ নাই। (b) ভাৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ নিৰূপিত হয়/ নহয়। উত্তৰঃ নহয়। (c) ভাৱবাদে মনৰ প্ৰধান্য়তা স্বীকাৰ কৰে/ নকৰে। উত্তৰঃ কৰে। (a) ভাৱবাদ কি? উত্তৰঃজ্ঞানৰ বিষয়বস্তুৰ স্বৰুপ সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞেয় বস্তুৰ স্বতন্ত্ৰ, মননিৰপেক্ষ অস্তিত্ব অস্বীকাৰ কৰা হয় তাক ভাৱবাদ বুলি কোৱা হয়। (b) ভাৱবাদৰ প্ৰকাৰ কেইটা আৰু কি কি?…