সৰলৰৈখিক গতি (Motion in a Straight line) অনুশীলনীঃ 3.1 তলত দিয়া উদাহৰণ কেইটাৰ কোনবোৰত গতিশীল বস্তুটোক প্রায় বিন্দুসদৃশ বুলি গণ্য কৰিব পাৰিঃ (a) জোকাৰণি নোহোৱাকৈ এটা ৰেলৰ ডবা দুটা ষ্টেচনৰ মাজত গতি কৰিছে। (b) এটা বৃত্তাকাৰ পথত সাৱলীল গতিৰে চাইকেল চলাই থকা এজন মানুহৰ কান্ধত বান্দৰ এটা বহি আছে। (c) পাক ঘূৰণি খাই গতি কৰি…