আধুনিকীকৰণৰ পথত অনুশীলনী ১। অতি চমু উত্তৰ লিখা ঃ ক) কোন শতিকাত পূব এছিয়াত চীনদেশে আধিপত্য বিস্তাৰ কৰিছিল। উত্তৰঃ খ) প্ৰাচীন চীনৰ শ্ৰেষ্ঠতম বুৰঞ্জীবিদ হিচাপে কৰা নাম প্ৰথমে লোৱা হয়? উত্তৰঃ গ) গেঞ্জীকথা কি? উত্তৰঃ ঘ) গেঞ্জীকথা কোনে লিখিছিল? উত্তৰঃ ঙ) জাপানী চৰকাৰে কি নীতিৰ দ্বাৰা অৰ্থব্যৱস্থাৰ বিকাশ ঘটাবলৈ প্ৰয়াস কৰিছিল? উত্তৰঃ চ) জাপানত কেতিয়াৰ…