অধ্যায়-১ প্ৰাৰম্ভিক সমাজ ১। মেছ’পটেমিয়াৰ দৰে প্ৰাচীন নগৰবোৰত কি কি গঢ় লৈ উঠিছিল? উত্তৰঃ ২। কৃষি-নিৰ্ভৰ স্থায়ী বসতি কিমান বছৰৰ আগতে আৰম্ভ হয়? উত্তৰঃ ৩। পশ্চিম এছিয়াত কি কি মাহজাতীয় শস্য়ৰ উৎপাদন হৈছিল? উত্তৰঃ ৪। আদিম মানুহে কিহেৰে কাপোৰ তৈয়াৰ কৰিছিল? উত্তৰঃ ৫। আদিম মানুহে ধানৰ পৰা চাউল উলিয়াবৰ বাবে কি উদ্ভাৱন কৰিছিল? উত্তৰঃ ৬।…