Category: Class 11 Physics (AM)

AHSEC Class 11 Chemistry Chapter 6 তাপগতি বিজ্ঞান পাঠটোৰ উত্তৰ

Chapter 6 (THERMODYNAMICS) 6.1 শুদ্ধ উত্তৰটো বাচি উলিওৱা— তাপগতি বিজ্ঞানীয় অৱস্থা ফলন হ’ল এটা ৰাশি (i)যাৰ সহায়ত তাপ পৰিৱৰ্তন নির্ণয় কৰা হয় । (ii) যাৰ মান পথৰ ওপৰত নিৰ্ভৰ নকৰে । (iii)যাৰ সহায়ত চাপ-আয়তন কার্য নির্ণয় কৰা হয়। (iv) যাৰ মান অকল উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। 6.2 ৰূদ্ধতাপ অৱস্থাত প্রক্রিয়া এটা সম্পন্ন কৰিবলৈ চৰ্ত হ’ল—…

Read the full article

AHSEC Class 11 Physics Chapter 15 তৰংগ পাঠটোৰ উত্তৰ

তৰংগ (Waves) অনশীলনী 15.1 2.50 kg ভৰৰ ৰছী এডাল 200 N পৰিমাণৰ টান প্ৰয়োগ কৰা হৈছে। ৰছীডালৰ দীঘ 20.0 m। ৰছীডালৰ এমূৰে অনুপ্ৰস্থভাৱে আঘাত কৰিলে, যি জোকাৰণি সৃষ্টি হ’ব সি আনটো মূৰ পাবলৈ কিামন সময় লাগিব? 15.2 300m ওখ স্তম্ভ এটাৰ ওপৰৰ পৰা শিলগুটি এটা পেলাই দিলত সি স্তম্ভটোৰ গুৰিত থকা পুখুৰীৰ পানীত পৰিব। যদি…

Read the full article

AHSEC Class 11 Physics Chapter 14 দোলন পাঠটোৰ উত্তৰ

দোলন (Oscillations) অনুশীলনী 14.1 তলত দিয়া কোনবোৰ উদাহৰণে পৰ্যাবৃত্ত গতি বূজায়? (a) এজন সাঁতোৰবিদ নৈ এটা পাৰৰ পৰা আনটো পাবলৈ গৈ তাৰ পৰা পুনৰ আনটো পাৰলৈ উভতি আহিছে। (b) মুক্তভাৱে ওলোমাই ৰখা দণ্ড চুম্বক এডালক উত্তৰ-দক্ষিণ মুৱাকৈ থকাৰ পৰা বিচ্যুত কৰি এৰি দিয়া হৈছে। (c) এটা হাইড্ৰ’জেন অণু ভৰকেন্দ্ৰ সাপেক্ষে ঘূৰি আছে। (d) ধনু এখনৰ…

Read the full article

AHSEC Class 11 Physics Chapter 13 গেছৰ গতিবাদ তত্ত্ব পাঠটোৰ উত্তৰ

গেছৰ গতিবাদ তত্ত্ব (Kinetic theory of Gases) 13.1 প্ৰমাণ উষ্ণতা আৰু চাপত অক্সিজেন গেছৰ আণৱিক আয়তন তুলনাত গেছটো প্ৰকৃত আয়তনৰ ভগ্নাংশটোৰ নিৰ্ণয় কৰা। অক্সিজেনৰ অণু এটা ব্যাস 3 A বুলি ধৰা। 13.2 কোনো এটা গেছৰ ম’লাৰ আয়তন হ’ল প্ৰমাণ উষ্ণতা আৰু চাপত গেছটোৰ 1 ম’লৰ আয়তন (প্ৰমাণ চাপ = 1 বায়ুমণ্ডলীয় চাপ, প্ৰমাণ উষ্ণতা দেখুওৱা…

Read the full article

AHSEC Class 11 Physics Chapter 12 তাপগতি বিজ্ঞান পাঠটোৰ উত্তৰ

তাপগতি বিজ্ঞান (Thermodynamics) অনুশীলনী 12.1 পানী তাপতোৱা গিজাৰ (geyser) এটাৰ মাজেৰে পানী পাৰ হৈ ওলাই যাওঁতে তাৰ উষ্ণতা ৰ পৰা লৈ বৃদ্ধি পায়। গিজাৰটোৰ মাজেৰে প্ৰতি মিনিটত 3.0 লিটাৰ পানী বৈ যায়। গিজাৰটোক গেছ জ্বলাই শক্তিৰ যোগান ধৰা হয়। যদি গেছবিধৰ দহন তাপ (heat of combustion) হয়, তেন্তে গিজাৰটোৱে কি হাৰত গেছ ব্যৱহাৰ কৰে? 12.2…

Read the full article

AHSEC Class 11 Physics Chapter 11 পদাৰ্থৰ তাপীয় ধৰ্ম পাঠটোৰ উত্তৰ

পদাৰ্থৰ তাপীয় ধৰ্ম (Thermal Properties of Matter) অনুশীলনী 11.1 নিয়ন আৰু কাৰ্বন ডাই-অক্সাইডৰ ত্ৰিবিন্দু যথাক্ৰমে 24.57k আৰু ২16.55k। এই দুই উষ্ণতাক ছেলছিয়াছ আৰু ফাৰেলহাইট স্কেলত প্ৰশাক কৰা । 11.2 A আৰু B দুটা পৰম স্কেলত পানীৰ ত্ৰিবিন্দু যথাক্ৰমে 200 A আৰু 350 B ধৰি লোৱা হৈছে । আৰু ৰ মাজত সম্বদ্ধ কি? 11.3 এটা থৰ্ম’মিটাৰৰ…

Read the full article

AHSEC Class 11 Physics Chapter 10 তৰলৰ যান্ত্ৰিক ধৰ্ম পাঠটোৰ উত্তৰ

তৰলৰ যান্ত্ৰিক ধৰ্ম (Mechanical Properties of Fluids) অনুশীলনী 10.1 কাৰণ দৰ্শোৱা. (a) মানুহৰ ৰক্তচাপ মূৰতকৈ ভৰিত বেছি। (b) বায়ুমণ্ডলৰ উচ্চতা 100 কিঃ মিঃ তকৈ অধিক হোৱা সত্বেও প্ৰায় 6 কিঃ মিঃ উচ্চতাতে বায়ুমণ্ডলীয় চাপ সমুদ্ৰপৃষ্ঠৰ তুলনাত প্ৰায় আধা হয়। (c) বলক কালিৰে হৰণ কৰিলে চাপ পোৱা যায়, কিন্তু তথাপিও চাপ এটা স্কেলাৰ ৰাশি। 10.2 কাৰণ…

Read the full article

AHSEC Class 11 Physics Chapter 9 গোটা বস্তুৰ যান্ত্ৰিক ধৰ্ম পাঠটোৰ উত্তৰ

গোটা বস্তুৰ যান্ত্ৰিক ধৰ্ম (Mechanical Properties of Solids) অনুশীলনী 9.1 এক নিৰ্দ্দিষ্ট ভাৰৰ 4.7m দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ তীখাৰ তাঁৰ এডালৰ দৈৰ্ঘ্য প্ৰসাৰণ আৰু 35m দৈৰ্ঘ্য আৰুপ্ৰস্থচ্ছেদৰ তামৰ তাঁৰ এডালৰ দৈৰ্ঘ্য প্ৰসাৰণৰ সৈতে একে হ’লে তীখা আৰু তামৰ ইয়ঙৰ গুণাংকৰ অনুপাত কিমান? 9.2 এক নিৰ্দ্দিষ্ট পদাৰ্থৰ কাৰণে চিত্ৰ 9.11 ত প্তিচাপ – বিকৃতি লেখ দেখুওৱা হৈছে…

Read the full article

AHSEC Class 11 Physics Chapter 6 কাৰ্য, শক্তি আৰু ক্ষমতা পাঠটোৰ উত্তৰ

কাৰ্য, শক্তি আৰু ক্ষমতা (Work, Energy and Power) অনুশীলনীঃ 6.1 কোনো এটা বস্তুৰ ওপৰত বল এটাই কৰা কাৰ্য ধনাত্মক নে ঋনাত্মক সেয়া জনাটো গুৰুত্বপূৰ্ণ। তলত দিয়া ৰাশিবোৰ ধনাত্মক নে ঋনাত্মক সাৱধানে উল্লেখ কৰাঃ (a) জৰী এডালৰ সহায়ত বাল্টিৰে কুঁৱাৰ পৰা পানী তোলোতে এগৰাকী ব্যক্তিয়ে কৰা কাৰ্য। (b) ওপৰোক্ত পৰিস্থিতিটোত মধ্যাকৰ্ষণিক বলে কৰা কাৰ্য। (c) আনত…

Read the full article

AHSEC Class 11 Physics Chapter 5 গতিৰ বিষয়ক সূত্ৰ পাঠটোৰ উত্তৰ

গতিৰ বিষয়ক সূত্ৰ (সংখ্যাগত গণনা সৰল কৰিবৰ বাবে, ধৰা 5.1 নিমোক্ত ক্ষেত্ৰসমূহত ক্ৰিয়াশীল বলৰ মান আৰু দিশ উল্লেখ কৰা। (a) সুষম দ্ৰুতিৰে নিম্নগামী হোৱা এটা বৰষুণৰ টোপাল, (b) পানীত ওপঙি থকা 10g ভৰৰ এটা ঠিলা, (c) কৌশলেৰে আকাশত স্থিৰ অৱস্থাত ৰখোৱা এখন চিলা, (d) এটা খহটা পথত 30 সুষম বেগেৰে গতি কৰা এখন মটৰ গাড়ী, (e) পাৰ্থিৱ পদাৰ্থৰ পৰা বহু দূৰত, বিদ্যুত আৰু…

Read the full article