ৰাজনৈতিক তত্ত্বৰ পৰিচয় ১।ৰাজনৈতিক তত্ত্ব মানে কি?ৰাজনৈতিক তত্ত্বৰ উৎপত্তি আৰু বিষয়-বস্তুৰ বিষয়ে আলোচনা কৰা। উত্তৰ:-ৰাজনৈতিক তত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে “পলিটিকেল থিয়ৰী” ।”পলিটিকেল” শব্দটো গ্ৰীক শব্দ “প’লিচ”ৰ পৰা আহিছে আৰু “থিয়ৰী” শব্দটো গ্ৰীক শব্দ “থিয়ৰা”ৰ পৰা আহিছে।প’লিচ”ৰ অৰ্থ হৈছে নগৰ -ৰাষ্ট্ৰ।অৰ্থাৎ ৰাষ্ট্ৰৰ লগত সম্পৰ্কিত।আনহাতে “থিয়ৰী” শব্দৰ অৰ্থ হৈছে তত্ত্ব যিয়ে প্ৰণালীবদ্ধ জ্ঞানক বুজায়।গতিকে ৰাজনৈতিক তত্ত্বৰ অৰ্থ…