মৌলিক অধিকাৰ ১। তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানৰ নহয় ? (ক) সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰে । (খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে । (গ) সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবোৰ স্পষ্ট কৰি দিয়ে । (ঘ) সংবিধানে কেতবোৰ মূল্যবোধৰ প্ৰকাশ কৰে । উত্তৰ:- (খ) ২। তলত উল্লেখ কৰা কোনটো যুক্তিয়ে ভালদৰে প্ৰতিপন্ন…