১। উত্তৰ লিখা- (ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা ? উত্তৰঃ ভাৰতীয় সংবিধানে নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱনধাৰণৰ বাবে যি অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আহি পৰে, নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বোলে। (খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কর্তব্যটো কি ? উত্তৰঃ ২০০২ চনৰ ৮৬ তম সংশোধনী…