১ । খালী ঠাই পূৰ কৰাঃ উত্তৰঃ (ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। (খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে। (গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে। (ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা হ’ল ২৬,৩৯৫ খন। ২। শুদ্ধ উত্তৰটো বাছি উলিওৱা— (ক) গ্রাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ-বাণিজ্য/ উদ্যোগ/ কৃষি। উত্তৰঃ কৃষি।…