Category: SCERT Class 6 Social Science (AM)

Class 7 Social Science chapter 23

পাঠ ২৩ নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া ১। চমু উত্তৰ লিখা — (ক) বিধানসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে? উত্তৰঃ বিধানসভাৰ সদস্য়সকলক একোটা বিধানসভা সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচন কৰে। (খ) শাসক দল মানে কি? উত্তৰঃ নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্টতা লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। এনে দলকে শাসক দল বোলা হয়। (গ) দেশত মধ্যকালীন নির্বাচন কেতিয়া হয়?…

Read the full article

Class 7 Social Science chapter 17 মোগলযুগঃ সমাজ আৰু সংস্কৃতি

অধ্য়ায়-১৭ মোগলযুগঃ সমাজ আৰু সংস্কৃতি অনুশীলনী ঃ ১। উত্তৰ দিয়া ─ (ক) চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল ? উত্তৰঃ ছেৰচাহে চাচাৰামৰ সমাধি নিৰ্মাণ কৰিছিল। (খ) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্য়ৱহাৰ কৰা হৈছিল ? উত্তৰঃ আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে ৰঙা শিলৰ গুৰি ব্য়ৱহাৰ কৰিছিল। (গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত ? উত্তৰঃ তাজমহল…

Read the full article

SCERT Class 6 Social Science Chapter 1 Answer | সৌৰজগতত আমাৰ পৃথিৱী

১) সৌৰজগত বুলিলে কি বুজা ? উত্তৰঃ সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য, গ্ৰহ, উপগ্ৰহ, ধুমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে। (খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। উত্তৰঃ বুধ,শুক্ৰ,পৃথিৱী,মঙ্গল,বৃহস্পতি,শনি,ইউৰেনাচ আৰু নেপচুন। (গ) সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰঃ সূৰ্য এটা উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰিভাগৰ উত্তাপ প্ৰায়…

Read the full article