পাঠ ১০ মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ ১। উত্তৰ দিয়াঃ (ক) শুঙ্গবংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল? উত্তৰঃ শুঙ্গবংশৰ পিছত কান্ব নামৰ এটা ৰাজবংশৰ ৰজাই উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল। (খ) সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল? উত্তৰঃ সাতবাহনসকলে ভাৰতৰ দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিল। (গ) কলিঙ্গ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? উত্তৰ_ কলিঙ্গ…