The village Market Chapter 13 আজি দেওবাৰ। মোহন নাথে ল’ৰা-ছোৱালীকেইটাক লৈ গৈ আছে গাঁৱৰ বজাৰলৈ। বৰুণ, কনক আৰু নীতা। Neeta: Why are so many people here? নীতা: ইয়াত কিয় ইমান মানুহ আছে? Father: Today is the market day. People come here to buy and sell goods. দেউতা: আজি বজাৰ দিন হয়। মানুহবোৰ ইয়াত বস্তু কিনিব…