Category: SVN Class 4 Ramayana Sadhu (AM)

SVN Class 4 Ramayana Sadhu Chapter 30 Answer স্বৰ্গাৰোহণ

Chapter 30 স্বৰ্গাৰোহণ অনুশীলনীঃ (১) অশ্বমেধ যজ্ঞৰ উদ্দেশ্য কি আছিল ?উত্তৰঃ অশ্বমেধ যজ্ঞৰ উদ্দেশ্য হ’ল আগৰ কালত ৰজাই নিজৰ সাম্ৰাজ্যৰ সংগঠনৰ বাবে অশ্বমেধ যজ্ঞৰ কৰিছিল। (২) প্ৰজাই ৰামক কি অনুৰোধ কৰিছিল ?উত্তৰঃ প্ৰজাই ৰামক ”সীতা মাতৃ পৰম পৱিত্ৰ | আপুনি তেওঁক গ্ৰহণ কৰক বুলি অনুৰোধ কৰিছিল। (৩) সীতাই নিজৰ জীৱন-লীলা কিদৰে শেষ কৰিছিল ?উত্তৰঃ সীতাই…

Read the full article

SVN Class 4 Ramayana Sadhu Chapter 29 Answer পিতা-পুত্ৰৰ মিলন

Chapter 29 পিতা-পুত্ৰৰ মিলন অনুশীলনীঃ (১) খালী ঠাই পূৰ কৰা-(ক) সাম্ৰাজ্য বঢ়াবলৈ ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল।(খ) সীতাই বাল্মীকি ঋষিৰ আশ্ৰমত আছিল।(গ) লৱ-কুশই মহা প্ৰৰাক্ৰমী ভৰত, শত্ৰুঘ্ন, লক্ষ্মণ আৰু হনুমানক বন্দী কৰিলে। (২) ৰামে লৱ-কুশৰ লগত যুদ্ধ কিয় নকৰিলে ?উত্তৰঃ ৰামে সেই বালকৰ বীৰত্বত মুগ্ধ হৈ পৰিল। তেওঁ দুয়োৰে পৰিচয় জানিবলৈ বিচাৰি যুদ্ধ নকৰিলে। (৩) বহুতো…

Read the full article

SVN Class 4 Ramayana Sadhu Chapter 28 Answer বীৰ লৱ-কুশ

Chapter 28 বীৰ লৱ-কুশ অনুশীলনীঃ (১) নিম্নলিখিত পশ্নবোৰৰ শুদ্ধ উত্তৰ বাচি উলিওৱাৰামে সীতাক ত্যাগ কৰিলে কাৰণ-(ক) তেওঁ সীতাক ঘিণ কৰিছিল।(খ) তেওঁ কলঙ্কত ভয় কৰিছিল।(গ) তেওঁ প্ৰজাৰ ইচ্ছাৰ বিপৰীতে একো কৰিবলৈ নিবিচাৰিছিল। উত্তৰঃ (গ) তেওঁ প্ৰজাৰ ইচ্ছাৰ বিপৰীতে একো কৰিবলৈ নিবিচাৰিছিল। (২) সীতাক বনত কোনে আশ্ৰয় দিছিল ?উত্তৰঃ সীতাক বনত বাল্মীকিয়ে আশ্ৰয় দিছিল। (৩) লৱ-কুশ কোন…

Read the full article

SVN Class 4 Ramayana Sadhu Chapter 27 Answer অযোধ্যাত ৰামৰ ৰাজ্যভিষেক

Chapter 27 অযোধ্যাত ৰামৰ ৰাজ্যভিষেক অনুশীলনীঃ (১) অযোধ্যাবাসীয়ে ৰামক কিয় স্বাগতম জনাইছিল ?উত্তৰঃ ৰামে চৈধ্য বছৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতি অহা বাবে অযোধ্যাবাসীয়ে ৰামক স্বাগতম জনাইছিল। (২) ৰামে বিমাতা কৈকেয়ীক কেনে ব্যৱহাৰ কৰিছিল ?উত্তৰঃ ৰামে বিমাতা কৈকেয়ীক বিমানৰ পৰা নামি সেৱা আৰু সন্মান কৰিছিল। (৩) সীতাই হনুমানক হীৰাৰ হাৰ কিয় দিছিল ?উত্তৰঃ সীতাই হনুমানক…

Read the full article

SVN Class 4 Ramayana Sadhu Chapter 26 Answer সীতাৰ অগ্নি-পৰীক্ষা

Chapter 26 সীতাৰ অগ্নি-পৰীক্ষা অনুশীলনীঃ (১) খালী ঠাই পূৰ কৰা-(ক) বিভীষণৰ বিমানখনৰ নাম পুষ্পক আছিল।(খ) সীতাই নিজৰ পৱিত্ৰতা প্ৰমাণ কৰিবৰ কাৰণে চিতা জুই দি বহি দিলে ।(গ) ৰামে চৈধ্য বছৰ বনবাস পাইছিল। (২) উত্তৰ লিখা-(ক) ৰামে বিভীষণক কি কি নিৰ্দেশ দিছিল ?উত্তৰঃ ৰামে বিভীষণক সুখী হ’বলৈ আশীৰ্বাদ দিলে আৰু প্ৰজাৰ কল্যাণ কৰিব লৈ নিৰ্দেশ দিলে।…

Read the full article

SVN Class 4 Ramayana Sadhu Chapter 25 Answer বিভিষণ ৰাজপাটত উঠিল

Chapter 25 বিভিষণ ৰাজপাটত উঠিল অনুশীলনীঃ (১) ৰামৰ তলত দিয়া গুণবোৰ মনত ৰাখা-(ক) ৰাম ক্ষমাশীল আছিল।(খ) শত্ৰুৰ প্ৰতিও তেওঁৰ দয়া ভাব আছিল।(গ) ৰামে শত্ৰুৰ সদগুণবোৰৰ আদৰ কৰিছিল।(ঘ) তেওঁ এইটো বিশ্বাস কৰিছিল যে য’ৰ পৰাই জ্ঞান পোৱা যায় তাক ল’ব লাগে।(ঙ) তেওঁ নাৰী জাতিক সন্মান কৰিছিল।(চ) তেওঁৰ জন্মভূমিৰ প্ৰতি অগাধ স্নেহ আছিল।(ছ) তেওঁৰ ধন-সম্পত্তি, ৰাজ্যৰ প্ৰতি…

Read the full article

SVN Class 4 Ramayana Sadhu Chapter 24 Answer ৰাৱন বধ

Chapter 24 ৰাৱন বধ (১) ৰাৱণে ঘৈণীয়েকৰ উপদেশ কিয় নামনিলে ?উত্তৰঃ ৰাৱণে ঘৈণীয়েকৰ উপদেশ মনা নাছিল কাৰণ ৰাৱণৰ মূৰৰ ওপৰত কালে নাচি আছিল আৰু তেওঁ বুদ্ধিভ্ৰষ্ট হৈ পৰিছিল বাবে। (২) ৰামে বিভীষণক কি উত্তৰ দিলে ?উত্তৰঃ ৰামে বিভীষণক ক’লে এই সংসাৰত ধর্ম – অধৰ্মৰ যুদ্ধ সদায় হৈ আহিছে। ধৰ্মৰ ৰথত আৰােহণ কৰাজনৰ সদায় জয় হৈ…

Read the full article

SVN Class 4 Ramayana Sadhu Chapter 23 Answer মেঘনাদ ধৰাশায়ী হ’ল

Chapter 23 মেঘনাদ ধৰাশায়ী হ’ল অনুশীলনীঃ (১) খালী ঠাই পূৰ কৰা- (ক) মেঘনাদে ঐন্দ্ৰজালিক বিদ্যা জানিছিল।(খ) ৰামক নাগপাশৰ বন্ধনৰ পৰা গৰুড়ে মুক্ত কৰিলে।(গ) মেঘনাদৰ পত্নীৰ নাম সুলোচনা আছিল। (২) এই পাঠত থকা ৰামৰ দুটা গুণ বিষয়ে কোৱা |উত্তৰঃ ৰামৰ দুটা গুণ হ’ল- ৰামে নাৰী জাতিক বৰ আদৰ কৰিছিল।ৰামে গুণী শত্ৰুৰ আদৰ জানিছিল।(৩) সমাৰ্থক শব্দ লিখা…

Read the full article

SVN Class 4 Ramayana Sadhu Chapter 22 Answer কুম্ভকৰ্ণ বধ

Chapter 22 কুম্ভকৰ্ণ বধ অনুশীলনীঃ (১) কুম্ভকৰ্ণৰ কি কি দোষ আছিল ?উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকল এই পাঠটোত কুম্ভকৰ্ণৰ কি কি দোষ আছিল পাঠ লিখা হোৱা নাই সেইবাবে আমি এই উত্তৰ টো দিব পৰা নাই তাৰ বাবে ক্ষমা কৰিবা। আৰু তোমালোকে উত্তৰ টো জানিলে কমন্টে কৰিবা। (২) ৰামে কুম্ভকৰ্ণক কিদৰে বধ কৰিলে ?উত্তৰঃ ৰামে কুম্ভকৰ্ণক তীক্ষ্ণ শৰেৰে…

Read the full article

SVN Class 4 Ramayana Sadhu Chapter 21 Answer হনুমানে সঞ্জীৱনী আনিলে

Chapter 21 হনুমানে সঞ্জীৱনী আনিলে অনুশীলনীঃ (১) চমু উত্তৰ দিয়া- (ক) হনুমানে সুষেণ বেজৰ ঘৰত সৈতে কিয় আনিব লগাত পৰিছিল ?উত্তৰঃ হনুমানে সুষেণ বেজৰ ঘৰত সৈতে উঠাই আনিব লগাৰ কাৰণ সুষেণ বেজ বৰ বুঢ়া আছিল। চলা-ফুৰা কৰিব নোৱাৰে সেইবাবে ঘৰ সৈতে উঠাই আনিব লগাত পৰিছিল। (খ) কালেনেমিয়ে হনুমানৰ বাট কিয় ভেটি ধৰিছিল ?উত্তৰঃ কালেনেমিয়ে হনুমানৰ…

Read the full article