Chapter 20 লক্ষ্মণ মূৰ্ছা গ’ল অনুশীলনীঃ (১) লক্ষ্মণ আৰু মেঘনাদৰ যুদ্ধৰ বৰ্ণনা কৰা।উত্তৰঃ পিছদিনাৰ যুদ্ধৰ কথা মেঘনাদে ৰামৰ ওপৰত দুগুণ সেনাৰ লৈ আক্ৰমন চলালে। তেওঁ বৰ পৰাক্ৰমী ৰাক্ষস আছিল আৰু অতি মায়াবী আছিল। সিদিনাখন তেওঁ লক্ষ্মণৰ মুখামুখি হ’ল। দুয়ােৰে মাজত প্রচণ্ড ৰণ হ’ল। লক্ষ্মণে মেঘনাদৰ ৰথ টুকুৰা – টুকুৰ কৰি পেলালে। তেওঁৰ সাৰথিক বধ কৰিলে।…