সীতা-হৰণঅধ্যায় ১০ (১) খালী ঠাই পূৰ কৰা-(ক) মাৰীচ তাড়কাৰ ভায়েক আছিল।(খ) লক্ষ্মণে কুটীৰৰ চাৰিওফালে ‘লক্ষ্মণ-ৰেখা’ আঁকি দিলে।(গ) বাটত ৰাৱণৰ লগত জটায়ু পক্ষী য়ে যুদ্ধ কৰিলে। (২) এটা বাক্যত উত্তৰ দিয়া-(ক) ৰাৱণক সীতাৰ সৌন্দৰ্যৰ বিষয়ে কোনে কৈছিল ?উত্তৰঃ ৰাৱণক সীতাৰ সৌন্দৰ্যৰ বিষয়ে শূৰ্পনখাই কৈছিল ।(খ) কোনে কাৰ কথা মতে সোণৰ হৰিণৰ ৰূপ ধৰিছিল ?উত্তৰঃ মাৰীচে ৰাৱণৰ…