বিস্কুটৰ টোপোলাটো পাঠ – ২৪ অনুশীলনী ১। প্ৰথম স্তম্ভটোত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় স্তম্ভত দিয়া শব্দৰ পৰা বিচাৰি উলিওৱা। প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ লৰা-ঢপৰাহেঁচা-টেপাখঙে মূৰৰ চুলিৰ আগ পোৱাগুজৰি-গুমৰিহৰণ-ভগনউকি মনে মনে খং উঠাখঙত একোনাই হোৱাখৰখেদা লগোৱাঠেলা-ঠেলিদূৰৰ পৰা শুনাকৈ মৰা চিঞৰক্ষয়-ক্ষতি উত্তৰঃ লৰা-ঢপৰা – খৰখেদা লগোৱা হেঁচা-টেপা – ঠেলা-ঠেলিখঙে মূৰৰ চুলিৰ আগ পোৱা – মনে মনে খং উঠাগুজৰি-গুমৰি…