ৰজা ভাস্কৰৰ্বমা আৰু সেই সময়ৰ অসম পাঠ-১৪ জানি থোৱাঃ ১। ভূৰ্জ ঃ এবিধ কোমল বাকলিৰ গছ মোহনা ঃ নদীৰ মুখ পৰিসীমা ঃ শেষ সীমা ৰাজ অভিষেক ঃ ৰজা ৰাজপাটত বহা অনুষ্ঠান সুকুমাৰ কলা ঃ মনত সৌন্দৰ্যবোধ জন্মাব পৰা বিদ্যা (নৃত্য, গীত, চিত্ৰাংকন আদি) অনুশীলনী ১। ক) প্ৰাচীন কালত অসমখন কি বুলি জনাজাত আছিল? উত্তৰঃ প্ৰাচীন কালত অসমখন কামৰূপ বুলি জনাজাত আছিল। খ)…