ডক্টৰ বাণীকান্ত কাকতি পাঠ-৪ জানি থোৱাঃ ১। অৰ্থ শিকাঃ সুযোগ্য ∶ উপযুক্ত অমূল্য ∶ অতি মূল্যৱান অপভ্ৰংশ ঃ মূল ভাষাৰ পৰা কিছু সলনি হৈ ওলোৱা নতুন ভাষা সাধনা ঃ একান্ত প্ৰচেষ্টা স্বতন্তৰীয়া ঃ আনৰ ওপৰত নিৰ্ভৰ নকৰা, স্বাধীন মৌলিক ঃ আনৰ পৰা ভাঙি অহা নহয় কৃতিত্ব ঃ নিপুণতা অপপ্ৰচাৰ ঃ মিছা কথাৰে চলোৱা প্ৰচাৰ, বদনাম প্ৰেৰণাদায়ক ঃ যিয়ে…