Category: SVN Class 6 Computer Course (AM)

SVN Class 6 Computer Course Chapter 12 answer এম-এচ-ৱৰ্ড

Chapter 12 এম-এচ-ৱৰ্ড অনুশীলনীঃ ১| MS word কি ?উত্তৰঃ MS word হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহাৰ word processing চফটৱেৰ। ২| MS word ত কম্পিউটাৰ খোলাৰ স্তৰ কেইটা কি কি ?উত্তৰঃ MS wordত কম্পিউটাৰ খোলাৰ স্তৰ চাৰিটা সেইকেইটা হ’লStart – All program – Ms-Office – Ms-Word. ৩| MS wordত কি কি কাম কৰিব…

Read the full article

SVN Class 6 Computer Course Chapter 10 Answer কম্পিউটাৰৰ বৈশিষ্ট্য আৰু সুবিধা, অসুবিধাসমূহ

Chapter 10 কম্পিউটাৰৰ বৈশিষ্ট্য আৰু সুবিধা, অসুবিধাসমূহ অনুশীলনীঃ ১। কম্পিউটাৰৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা ?উত্তৰঃ কম্পিউচাৰৰ কেইটামান বৈশিষ্ট্য হ’লঃ(ক) কম্পিউটাৰে অতি ক্ষীপ্ৰভাৱে কাৰ্য সম্পাদন কৰিব পাৰে। বৰ্তমানৰ কম্পিউটাৰসমূহে প্ৰতি ছেকেণ্ডত কেইবা লাখ পৰ্যন্ত গণনা কাৰ্য সমাধান কৰিব পাৰে।(খ) কম্পিউটাৰৰ জৰিয়তে পোৱা গণনাৰ ফল নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য হয়। তথ্য যোগান ধৰা জনে ভুল নকৰিলে, ই কেতিয়াও…

Read the full article

SVN Class 6 Computer Course Chapter 9 Answer মাই কম্পিউটাৰ

Chapter 9 মাই কম্পিউটাৰ অনুশীলনীঃ ১। মাই কম্পিউটাৰ (My Computer) কি ?উত্তৰঃ মাই কম্পিউটাৰ (My Computer) হ’ল এবিধ মুখ্য Folder,য’ত কম্পিউটাৰটোৰ দৰকাৰী তথ্যসমূহ প্ৰণালীবদ্ধভাৱে জমা কৰি থোৱা হয়। ২। কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহৰ বিষয়ে ক’ত দেখিবলৈ পােৱা যায় ?উত্তৰঃ কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহৰ বিষয়ে মাই কম্পিউটাৰ পৰ্দাখনত দেখিবলৈ পোৱা যায়। ৩। ফোল্ডাৰ (folder) বুলিলে কি…

Read the full article

SVN Class 6 Computer Course Chapter 7 Answer পেইণ্ট

Chapter 7 পেইণ্ট অনুশীলনীঃ ১। পেইন্ট খােলাৰ পদ্ধতিটো লিখা ।উত্তৰঃ পেইণ্ট খোলাৰ পদ্ধতিটো Start – Programme – Accessories – Paint। ২। পেইণ্টৰ Window ত কেইটা অংশ থাকে ?উত্তৰঃ পেইণ্টৰ Windowত তিনিটা অংশ থাকে। ৩। পেইণ্টৰ Window খন আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা ।উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে নিজে চেষ্টা কৰিবা। ৪। কি টুলৰ সহায়ত পেইণ্টত ছবি…

Read the full article

SVN Class 6 Computer Chapter 6 Answer এম.এচ.ডচ.

Chapter 6 এম.এচ.ডচ. অনুশীলনীঃ ১। অ’এচ (OS) ৰ সম্পূর্ণ নামটো লিখা ।উত্তৰঃ অ’এচ (OS)ৰ সম্পূৰ্ণ নাম অপাৰেটিং চিষ্টেম (operating system)। ২। ডিক্স অপাৰেটিং চিষ্টেম (Disk Operating System) কি ?উত্তৰঃ ডিক্স অপাৰেটিং চিষ্টেম (Disk Operating system) হৈচে এটা প্ৰগেম যিয়ে হাৰ্ডৱেৰক চফটৱেৰৰ লগত সংলগ্ন কৰি কম্পিউটাৰৰ প্ৰতিটো অংশৰ কাম চলাই। ৩। আমেৰিকাৰ মাইক্ৰচফট কোম্পানীয়ে যােগান ধৰা…

Read the full article

SVN Class 6 Computer Course Chapter 5 Answer কী-বোৰ্ড আৰু কী সমূহ

Chapter 5 কী-বোৰ্ড আৰু কী সমূহ অনুশীলনীঃ ১। কী-বোৰ্ড গ্ৰাহক সঁজুলি (Input Device) নে ফলাফল সঁজুলি (Output Device) ?উত্তৰঃ কী-বোৰ্ড গ্ৰাহক সঁজুলি (Input Device)। ২। কী-বোৰ্ড সাধাৰণতে কেই প্ৰকাৰৰ থাকিব পাৰে আৰু কি কি ?উত্তৰঃ কী-বোৰ্ড সাধাৰণতে দুই প্ৰকাৰক থাকিব। সেইকেইটা হ’ল(ক) সৰ্বসাধাৰণৰ বাবে নিৰ্মিত আৰু ব্যৱহাৰযোগ্য কী-বোৰ্ড (General Keyboard)।(খ) প্ৰযোজন অনুসৰি বিশেষভাৱে নিৰ্মিত কী-বোৰ্ড…

Read the full article

SVN Class 6 Computer Course Chapter 4 Answer মাডাৰ বৰ্ড

Chapter 4 মাডাৰ বৰ্ড অনুশীলনীঃ ১। মাদাৰ বোৰ্ড (Mother Board) বুলিলে কি বুজা ?উত্তৰঃ মাদাৰ বোৰ্ড (Mother Board) বুলিলে কম্পিউটাৰ চি.পি ইউৰ ভিতৰত যি খন বোৰ্ড থাকে তাকে মাদাৰ বোৰ্ড (Mother Board) বুলে। ২। মাদাৰ বোৰ্ড (Mother Board) ৰ লগত সংলগ্ন হৈ থকা অংশকেইটা কি কি ?উত্তৰঃ মাদাৰ বোৰ্ড (Mother Board)ৰ লগত সংলগ্ন হৈ থকা…

Read the full article

SVN Class 6 Computer Course Chapter 3 Answer হাৰ্ডৱেৰ আৰু চফটৱেৰ

Chapter 3 হাৰ্ডৱেৰ আৰু চফটৱেৰ অনুশীলনীঃ১। হাৰ্ডৱেৰ আৰু চফটৱেৰ বুলিলে কি বুজা ?উত্তৰঃ হাৰ্ডৱেৰঃ হাৰ্ডৱেৰ হৈছে সেইখিনি অংশ, যাক চকুৰে দেখা যায় আৰু স্পৰ্শ কৰিব পৰা যায়। উদাহৰণ স্বৰূপে মনিটৰ, মাউচ, মাডাৰবৰ্ড, হাৰ্ড ডিস্ক ইত্যাদি। তাকে হাৰ্ডৱেৰ বুজা যায়।চফটৱেপঃ কম্পিউটাৰৰ ভৌতিক অংগসমূহ হ’ল হাৰ্ডৱেৰ আৰু এই অংগসমূহ সূচাৰুৰূৰে চলিবলৈ যি নিৰ্দিশাৱলী দিয়া হয় তাক চফটৱেৰ…

Read the full article

SVN Class 6 Computer Course Chapter 2 answer কম্পিউটাৰৰ প্ৰকাৰ

Chapter 2 কম্পিউটাৰৰ প্ৰকাৰ অনুশীলনীঃ ১। কৰ্মদক্ষমতাৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক কেইটা ভাগত ভাগ কৰা হৈছে ? আৰু কি কি ?উত্তৰঃ কৰ্মদক্ষতাৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক তিনিটা ভাগত ভাদ কৰা হয়।সেইকেইটা হ’লঃ(ক) এনালগ কম্পিউটাৰ (Analog Computer)(খ) ডিজিটেল কম্পিউটাৰ (Digital Computer)(গ) হাইব্ৰিড কম্পিউটাৰ ( Hybrid Computer) ২। এনালগ কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰৰ দুটা পাৰ্থক্য লিখা।উত্তৰঃ এনালগ…

Read the full article