Chapter 11 ইণ্টাৰনেট অনুশীলনীঃ ১। খালী ঠাই পূৰণ কৰাঃ ক) MOSAIC হ’ল প্ৰথম ৱেব ব্ৰাউজাৰ। খ) NCSA ৰ সম্পূৰ্ণ নাম হ’ল National Center for Computing Application । গ) জনপ্ৰিয় search engine হ’ল google। ঘ) ৱেব চাইটৰ প্ৰথম পেজটোৰ নাম হ’ল হোম পেজ (Home page) । ঙ) যি নিয়মৰ সহায়ত ইণ্টাৰনেটত তথ্য আদাৰ প্ৰদান কৰা হয়…