Category: SVN Class 6 Social Science (AM)

SVN Class 6 Social Science Chapter 17 Answer মৌৰ্য সাম্ৰাজ্যঃমহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ

মৌৰ্য সাম্ৰাজ্যঃমহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ পাঠ নং- ১৬ ১। উত্তৰ লিখা – (ক) মৌৰ্য বংশ কোনে পতিষ্ঠা কৰিছিল ? উত্তৰঃ মৌৰ্য বংশ চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰিছিল। (খ) চন্দ্ৰগুপ্তই আলেকজেণ্ডাৰক ক’ত লগ পাইছিল ? উত্তৰঃ চন্দ্ৰগুপ্তই আলেকজেণ্ডাৰক তক্ষশীলাত লগ পাইছিল। (গ) বিন্দুসাৰৰ পৰৱৰ্তী ৰজাজন কোন ? উত্তৰঃ বিন্দুসাৰৰ পৰৱৰ্তী ৰজাজন হৈছে অশোক। (ঘ) অশোকে কাৰ ওচৰত…

Read the full article

SVN Class 6 Social Science Chapter 16 Answer নতুন ভাবধাৰাৰ উদ্ভৱ

নতুন ভাবধাৰাৰ উদ্ভৱ পাঠ নং- ১৫ ১। উত্তৰ লিখাঃ ক) কেতিয়াৰপৰা ভাৰতত ধৰ্ম চৰ্চাৰ নতুন ভাবধাৰাৰ উদ্ভৱ হৈছিল ? উত্তৰঃ খ্ৰীঃ পূঃ ষষ্ঠ শতিকাৰ পৰা ভাৰতত ধৰ্ম চৰ্চাৰ নতুন ভাবধাৰাৰ উদ্ভৱ হৈছিল। খ) বেদ কি ভাষাত ৰচিত ? উত্তৰঃ বেদ সংস্কৃত ভাষাত ৰচিত। গ) মহাবীৰৰ প্ৰকৃত নাম কি আছিল ? উত্তৰঃ মহাবীৰৰ প্ৰকৃত নাম হ’ল…

Read the full article

SVN Class 6 Social Science Chapter 15 Answer মহাজনপদ

মহাজনপদ পাঠ নং- ১৪ ১। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াঃ (ক) কোনটো শতিকাত মহাজনপদৰ সৃষ্টি হৈছিল ? উত্তৰঃ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত মহাজনপদৰ সৃষ্টি হৈছিল। (খ) মহাজনপদৰ সংখ্যা কিমানখন আছিল ? উত্তৰঃ মহাজনপদৰ সংখ্যা ষোল্লখন আছিল। (গ) জনপদসমূহ ভাৰতৰ কোনটো অঞ্চলত গঢ় লৈ উঠিছিল ? উত্তৰঃ জনপদসমূহ ঘাইকৈ উত্তৰ ভাৰতৰ গংগা উপত্য়কাৰ সমভূমি অঞ্চলত গঢ় লৈ উঠিছিল।…

Read the full article

SVN Class 6 Social Science Chapter 14 Answer বৈদিক সভ্যতা

বৈদিক সভ্যতা পাঠ নং- ১৩ ১। অতি চমুকৈ উত্তৰ দিয়া 一 (ক) বৈদিত সভ্যতাৰ স্ৰষ্টা কোন ? উত্তৰঃ বৈদিত সভ্যতাৰ স্ৰষ্টা আৰ্যসকল। (খ) বেদ কেইখন আৰু কি কি ? উত্তৰঃ বেদ চাৰিখন আৰু সেইকেইখন হৈছে 一 ঋকবেদ, সামবেদ, যৰ্জুবেদ আৰু অৰ্থববেদ। (গ) প্ৰাচীনতম বেদ পুথিখনৰ নাম কি ? উত্তৰঃ প্ৰাচীনতম বেদ পুথিখনৰ নাম হ’ল ঋকবেদ।…

Read the full article

SVN Class 6 Social Science Chapter 13 Answer প্ৰাচীন নগৰীয়া সভ্যতা

প্ৰাচীন নগৰীয়া সভ্যতা পাঠ নং – ১২ ১। (ক) পুৰণি বেছিভাগ সভ্যতা নদীৰ পাৰত গঢ়ি উঠাৰ কাৰণ কি? উত্তৰঃ নদী উপত্য়কাৰ সাৰুৱা অঞ্চল বসবাসৰ বাবে উপযোগী, সেয়েহে পুৰণি বেছিভাগ সভ্যতা নদীৰ পাৰত গঢ়ি উঠিছিল। (খ) সিন্ধু উপত্যকা সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে চমুকৈ লিখা? উত্তৰঃ সিন্ধু উপত্যকা সভ্যতাৰ নগৰ পৰিকল্পনা আধুনিক যুগৰ নগৰসমূহৰ দৰেই আছিল। চহৰৰ…

Read the full article

SVN Class 6 Social Science Chapter 12 Answer তাম্ৰ যুগ

তাম্ৰ যুগ পাঠ নং – ১১ (খ) ১। চমুকৈ উত্তৰ দিয়া – (ক) তাম্ৰ যুগ কেতিয়া আৰম্ভ হয় ? উত্তৰঃ খ্ৰীষ্ট পূৰ্ব ১৮০০ ত তাম্ৰ যুগ আৰম্ভ হয়। (খ) কোনখিনি সময়ক তাম্ৰ যুগ বুলি ধৰা হয় ? উত্তৰঃ খ্ৰীষ্ট পূৰ্ব ১৮০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ১০০০ ৰ ভিতৰৰ সময়খিনিক তাম্ৰ যুগ বুলি ধৰা হয়। (গ)…

Read the full article

SVN Class 6 Social Science Chapter 11 Answer আদিম মানুহৰ অৰ্থনৈতিক কাৰ্য-কলাপ আৰু স্থায়ী বসবাস (নৱ প্ৰস্তৰ যুগ)

আদিম মানুহৰ অৰ্থনৈতিক কাৰ্য-কলাপ আৰু স্থায়ী বসবাস (নৱ প্ৰস্তৰ যুগ) পাঠ নং-১১ (ক) ১। অতি চমুকৈ উত্তৰ লিখা- (ক) অঘৰী অৱস্থাৰপৰা নিগাজিকৈ বসবাস কৰিবলৈ মানুহৰ কিমান বছৰ লাগিছিল? উত্তৰঃ অঘৰী অৱস্থাৰপৰা নিগাজিকৈ বসবাস কৰিবলৈ মানুহৰ বহু হাজাৰ বছৰ লাগিছিল। (খ) কিহৰ প্ৰয়োজনত আদিম মানুহে একে ঠাইতে বহুত দিন থাকিবলগীয়া হৈছিল। উত্তৰঃ তেওঁলোকে খেতি কৰিবলৈ লোৱাত…

Read the full article

SVN Class 6 Social Science Chapter 10 Answer আদি প্ৰস্তৰ যুগ

আদি প্ৰস্তৰ যুগ পাঠ নং- ১০ ১। অতি চমুকৈ উত্তৰ লিখা – (ক) কেতিয়াৰপৰা পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল ? উত্তৰঃ পৃথিৱীত মানুহৰ বসতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাক সঠিককৈ কোৱা টান। কিন্তু এটা কথা ঠিক যে অতি পুৰণি কালৰ পৰাই পৃথিৱীত মানুহৰ বসতি আছিল। (খ) মানৱ সভ্যতাৰ আদিম স্তৰটোক কি যুগ হিচাপে নামকৰণ কৰা…

Read the full article

SVN Class 6 Social Science Chapter 9 Answer ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা

ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা পাঠ নং – ৯ ১। চমুকৈ উত্তৰ লিখা ঃ (ক) ইতিহাস কাক বোলে? উত্তৰঃ আগতে ঘটি যোৱা ঘটনা বা কাম-কাজৰ বিষয়ে যিয়ে আমাক যথাযতভাৱে জানিবলৈ দিয়ে তাকেই ইতিহাস বুলি কোৱা হয়। (খ) ইতিহাস আৰু বুৰঞ্জীৰ পাৰ্থক্য লিখা। উত্তৰঃ ইতিহাস আৰু বুৰঞ্জীৰ মাজত পাৰ্থক্য হৈছে- বুৰঞ্জীত সাধাৰণতে সম্ভ্ৰান্ত ঘৰ বা ৰজা-মহাৰজাৰ ঘৰৰ বিষয়ে…

Read the full article

SVN Class 6 Social Science Chapter 8 Answer আমাৰ ভাৰতবৰ্ষ

আমাৰ ভাৰতবৰ্ষ পাঠ নং – ৮ ১। উত্তৰ লিখা ঃ (ক) ভাৰতৰ মাটিকালি কিমান ? উত্তৰঃ ভাৰতৰ মাটিকালি ৩৩৮৭২৬৩ বৰ্গ কিলোমিটাৰ। (খ) ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগকেইটা কি কি ? উত্তৰঃ ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগকেইটা হৈছে- (i) উত্তৰৰ পাৰ্বত্য় অঞ্চল, (ii) উত্তৰ ভীৰতৰ সমভূমি অঞ্চল, (iii) দাক্ষিণাত্য়ৰ মালভূমি অঞ্চল, (iv) উপকূলীয় নিম্নভূমি অঞ্চল আৰু (v) দ্বীপসমূহ।…

Read the full article